খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২৫ মে'ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া নিযুক্তি পত্ৰ বিতৰণৰ অনুষ্ঠিতটি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কামৰ স্থান পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়।

#thevoiceofchariduar #NewsUpdate #TVC #HimantaBiswaSarma