📌জনপ্ৰিয় টিভি শ্ব’ ‘সাৰাভাই বনাম সাৰাভাই’ত অভিনয় কৰি পৰিচিতি লাভ কৰা অভিনেত্ৰী বৈভৱী উপাধ্যায়ৰ এক ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু

📌এই দুৰ্ভাগ্যজনক খবৰটো শ্বেয়াৰ কৰিছে শ্ব’টোৰ প্ৰযোজক জে ডি মাজেথিয়া

📌ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ এটা পোষ্টত তেওঁ এই দুৰ্ঘটনাটো উত্তৰ ভাৰতত সংঘটিত হোৱা বুলি সদৰী কৰিছে