বালিপৰাত মেজিক অট' সন্হাৰ ছাত্র ছাত্রীৰ বাবে বিনামূলীয়া যাতায়ত সেৱা আৰম্ভ | বালিপৰা চাৰিদুৱাৰ মেজিক অট' চালক সন্হাৰ উদ্যোগত আৰম্ভ কৰা হৈছে এই সেৱাৰ | বালিপৰাৰ পৰা চাৰিদুৱাৰ ফৰেষ্টগেট পৰ্যন্ত আজিৰেপৰা বালিপৰা চাৰিদুৱাৰ পথৰ মেজিক আৰু অট সমূহে প্ৰতিখন বাহনত দুগৰাকীকৈ ছাত্র ছাত্রী প্ৰতিদিনে বিনামূলীয়াকৈ যাতায়তৰ এই ব্যৱস্হাৰ বালিপৰা কেন্দ্ৰস্হলত মাঙ্গলিক অনুষ্ঠানৰ মাজেৰে শুঙাৰম্ভ কৰে বালিপৰা প্ৰেছ ক্লাৱৰ সভাপতি দীপজ্যোতি শইকীয়াই | অনুষ্ঠানত বালিপৰা আঞ্চলিক ছাত্র সন্হাৰ সম্পাদক গুলজাৰ আলি উপস্হিত থাকি সন্হাৰ এনে ব্যৱস্হাৰ শলাগ লয় |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'लोकतंत्र खतरे में, संविधान बदलने की रची जा रही साजिश', जयपुर की रैली में भाजपा पर बरसीं सोनिया गांधी
जयपुर। लोकसभा चुनाव के मद्देनजर आज कांग्रेस जयपुर में महारैली कर रही है। रैली में कांग्रेस...
কামৰূপ জিলাৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন
লৌহমানৱ চৰ্ডাৰ বল্লৱভাই পেটেলৰ জন্মদিনতো বিগত ২০১৪ চনৰ পৰা সমগ্ৰ দেশে ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে...
મોદી સરકારની હાલની યોજનાઓમાં ગાંધીજીનો પ્રભાવ વિષય પર નેત્રંગના પ્રોફેસર જશવંત રાઠોડની સંશોધન પત્રના પ્રપોઝલને ઇન્ટરનેશનલ બુકમાં સ્વીકૃતિ મળી
મોદી સરકારની હાલની યોજનાઓમાં ગાંધીજીનો પ્રભાવ વિષય પર નેત્રંગના પ્રોફેસર જશવંત રાઠોડની સંશોધન...
સંખેડા વિધાનસભા ના કોંગ્રેસ ના ઉમેદવાર નો બોડેલી મા પ્રચંડ પ્રચાર
સંખેડા વિધાનસભા ના કોંગ્રેસ ના ઉમેદવાર નો બોડેલી મા પ્રચંડ પ્રચાર
વિધાનસભાની ચૂંટણીના...
ওদালগুৰিত কৃতি ছাত্ৰ ছাত্ৰীলৈ আনন্দ ৰাম বৰুৱা বটা প্ৰদান।
ওদালগুৰিত কৃতি ছাত্ৰ ছাত্ৰীলৈ আনন্দ ৰাম বৰুৱা বটা প্ৰদান।সমগ্ৰ অসমৰ লগতে ওদালগুৰিতো কৃতি ছাত্ৰ...