বালিপৰাত মেজিক অট' সন্হাৰ ছাত্র ছাত্রীৰ বাবে বিনামূলীয়া যাতায়ত সেৱা আৰম্ভ | বালিপৰা চাৰিদুৱাৰ মেজিক অট' চালক সন্হাৰ উদ্যোগত আৰম্ভ কৰা হৈছে এই সেৱাৰ | বালিপৰাৰ পৰা চাৰিদুৱাৰ ফৰেষ্টগেট পৰ্যন্ত আজিৰেপৰা বালিপৰা চাৰিদুৱাৰ পথৰ মেজিক আৰু অট সমূহে প্ৰতিখন বাহনত দুগৰাকীকৈ ছাত্র ছাত্রী প্ৰতিদিনে বিনামূলীয়াকৈ যাতায়তৰ এই ব্যৱস্হাৰ বালিপৰা কেন্দ্ৰস্হলত মাঙ্গলিক অনুষ্ঠানৰ মাজেৰে শুঙাৰম্ভ কৰে বালিপৰা প্ৰেছ ক্লাৱৰ সভাপতি দীপজ্যোতি শইকীয়াই | অনুষ্ঠানত বালিপৰা আঞ্চলিক ছাত্র সন্হাৰ সম্পাদক গুলজাৰ আলি উপস্হিত থাকি সন্হাৰ এনে ব্যৱস্হাৰ শলাগ লয় |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના ઝેરડા નજીક દારૂ ભરેલા પીકઅપ જીપડાલા સાથે બે શખ્સોને પોલીસે ઝડપ્યા
એલસીબીની ટીમ સોમવારે ડીસા તાલુકા વિસ્તારમાં પેટ્રોલિંગમાં હતી. તે દરમિયાન બાતમીના આધારે ડીસાના...
10 अगस्त को मनाया जाएगा राष्ट्रीय कृमि मुक्ति दिवस’ में 19 वर्ष तक के बच्चों को दी जाएगी गोली’ डॉ0 सामर
बच्चों के पेट में कीड़े पडने से होने वाली बीमारियों पर नियंत्रण के लिए चिकित्सा एवं स्वास्थ्य...
নতুন সংসদ ভৱনত বৰ্ষাকালীন অধিৱেশন।
🔴নতুন সংসদ ভৱনত বৰ্ষাকালীন অধিৱেশন। 🔴প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব সংসদৰ অধিৱেশন।
🔴 অহা ২০ জুলাইৰ...
Samsung Galaxy S25 के डिजाइन आई सामने, जानिए कैसा दिखेगा डिवाइस
सैमसंग ने इस साल जनवरी में अपने कस्टमर्स के लिए नया फोन लॉन्च किया है जो प्रीमियम सीरीज Samsung...