শিৱসাগৰ জিলাৰ মানটনীয়া গাঁৱত ৰামধেনু বয়ন শিল্প প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰে জিলা উন্নয়ণ আয়ুক্ত বিতোপন নেওঁগৰ। বৃহস্পতিবাৰে জিলা উন্নয়ণ আয়ুক্ত কাৰ্য্যালয়ৰ পৰাসবিশেষ তথ্য জানিব পৰা মতে দেওৰজা গাঁও পঞ্চায়তৰ মান টনীয়া গাঁৱত বাইশটা আত্মসহায়ক গোটৰ উমৈহতীয়া সংগঠন ৰামধেনু গ্ৰাম্য সংগঠনৰ ষাঠিগৰাকী শিপিনীৰ সহযোগিতাত একত্ৰিত ৰূপত ৰামধেনু বয়ন শিল্প নামেৰে নতুনকৈ গঢ় দিয়া প্ৰতিষ্ঠানটিৰ শুভাৰম্ভ কৰাহয় জিলা উনয়ণ আয়ুক্ত বিতোপন নেওঁগৰ দ্বাৰা। শিৱসাগৰ জিলাৰ অসম ৰাজ্যিক জীৱিকা অভিযানৰ প্ৰকল্প প্ৰৱন্ধক ডাঃ সুৰজ্যোতি গগৈৰ লগতেউপস্থিত থাকে খণ্ড প্ৰকল্পৰ প্ৰৱন্ধক প্ৰবুদ্ধ গগৈ। তদুপৰি গৌৰিসাগৰ উন্নয়ণ খণ্ডৰ খণ্ড সমন্বয়ক সকলৰ লগতে জীৱিকা সখীসকল উপস্থিত থাকে এই কাৰ্য্য সূচীত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rajtilak Aaj Tak Helicopter Shot: Maharashtra के Kolhapur की जनता ने बताया किसके पक्ष में माहौल?
Rajtilak Aaj Tak Helicopter Shot: Maharashtra के Kolhapur की जनता ने बताया किसके पक्ष में माहौल?
જખૌ હેરોઈન સીઝર કેસમાં દિલ્હી ખાતેથી 56 કરોડના 8 કિલોહેરોઈનના જથ્થા સાથે અફઘાની ને પકડી પાડતી A.T.S
જખૌ હેરોઈન સીઝર કેસમાં દિલ્હી ખાતેથી 56 કરોડના 8 કિલોહેરોઈનના જથ્થા સાથે અફઘાની ને પકડી પાડતી A.T.S
વિચાર્યું પણ નહિ હોય કે...ક્ષણભરમાં જતો રહેશે જીવ, રૂંવાડા ઊભો કરતો વીડિયો
વાયરલ વીડિયો:વિચાર્યું પણ નહિ હોય કે...ક્ષણભરમાં જતો રહેશે જીવ, રૂંવાડા ઊભો કરતો વીડિયો..
ઓખા કારબન સોસાયટી પાસે જુગાર રમી. રહેલા પાચ શખ્સો ઝડપાયા
ઓખા કારબન સોસાયટી પાસે જુગાર રમી. રહેલા પાચ શખ્સો ઝડપાયા
No Ficker News
मध्यप्रदेश के युवाओं को रोजगार का सुनहरा अवसर, अब नागरिक पत्रकारिता में बनाए अपना भविष्य
मध्यप्रदेश के युवाओं को रोजगार का सुनहरा अवसर, अब नागरिक पत्रकारिता में बनाए अपना भविष्य