আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত শংকৰদেৱ বিদ্যা নিকেতন,বাহাৰঘাটৰ ছাত্ৰ মৃগাংক ভট্টাচাৰ্যই ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান পাই শিক্ষানুষ্ঠান খনৰ লগতে অঞ্চলটোলৈ সুুনাম কঢ়িয়াই আনে৷মৃগাংক বৰখালা নিবাসী তথা বৰখালা যোগেশ্বৰী দৰ্শন বিদ্যালয়ৰ শিক্ষক দিলীপ কুমাৰ ভট্টাচাৰ্য আৰু নৱনীতা দেৱীৰ কনিষ্ঠ পুত্ৰ৷আজি ফলাফল ঘোষণাৰ পিচতে বিদ্যালয় খনত আনন্দৰ জোৱাৰ উঠে৷বিদ্যালয়ৰ ছাত্ৰছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী তথা একাংশ অভিভাৱক ও হিতাকাংক্ষীয়ে ফটকা ফুটাই,ফাকু খেলি আনন্দ কৰা দেখা যায়৷আনহাতে কৃতি ছাত্ৰজনক লৈ এটি আকৰ্ষনীয় শোভাযাত্ৰা উলিয়াই আনন্দ প্ৰকাশ কৰে৷উল্লেখযোগ্য যে বিদ্যালয় খনত এইবেলি ৫৬ গৰাকী পৰীক্ষাৰ্থীৰ আতাইকেইগৰাকীয়ে উত্তীৰ্ণ হৈ এশ শতাংশই উত্তীৰ্ণৰ ধাৰাবাহিকতাা অক্ষুণ্ণ ৰাখে৷ইয়াৰোপৰি বিদ্যালয় খনৰ পৰা পূৰ্বে আন তিনি পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰি সুনাম কঢ়িয়াই আনিছিল৷আনহাতে বিগত ২০০৯ চনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰছাত্ৰী অৱতীৰ্ণ হৈ তেতিয়াৰে পৰা এশ শতাংশ উত্তীৰ্ণৰ ধাৰা আজি পৰ্য্যন্ত অব্যাহত থকাত সচেতন ৰাইজৰ মাজত আনন্দৰ জোৱাৰ উঠিছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मंत्री बिट्टू बोले- राहुल गांधी का विरोध करे कांग्रेस:कहा- एक भी सिख मिला क्या जिसे गुरुद्वारा जाने, कड़ा या पगड़ी पहनने से रोका हो?
केंद्रीय रेल राज्य मंत्री रवनीत सिंह बिट्टू ने राहुल गांधी पर दिए बयान और उस पर कांग्रेस के विरोध...
Eye Flu: अचानक क्यों बढ़े आई फ्लू के मामले, एक्सपर्ट ने बताई ये बड़ी वजह । Conjunctivitis
Eye Flu: इन दिनों देश के अलग-अलग हिस्सों से लगातार आई फ्लू के मामले सामने भी आ रहे हैंदिल्ली समेत...
Rajori Encounter: राजौरी एनकांउटर में शहीद जवानों को दी गई श्रद्धांजलि | Jammu Kashmir | Indian Army
Rajori Encounter: राजौरी एनकांउटर में शहीद जवानों को दी गई श्रद्धांजलि | Jammu Kashmir | Indian Army
ધાંગધ્રા તાલુકાના જસમતપુર ગામે વીજળી પડતા ઈલેક્ટ્રીક ઉપકરણો બળીને ખાખ...
ધાંગધ્રા તાલુકાના જસમતપુર ગામે વીજળી પડતા ઈલેક્ટ્રીક ઉપકરણો બળીને ખાખ...