ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰবিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত মৰাণ আৰক্ষী থানাৰ আজি নৱনিযুক্ত আৰক্ষী।চক্ৰ পৰিদৰ্শক।নীলকমল বৰুৱাৰ লগত মৰাণ অঞ্চলৰ বিভিন্ন সমস্যা আৰু অপৰাধ জনিত ঘটনা ৰোধ কৰাৰ সন্দৰ্ভত মত বিনিময় কৰে সদৌ টাই আহোম যুৱ পৰিষদ অসমৰ মৰাণ মহকুমা সমিতিৰ এটি সঁজাতী দলে। এই সুযোগতে টাইপা নেতৃত্বই নৱ।নিযুক্ত আৰক্ষী চক্ৰ পৰিদৰ্শকক ফুলাম গামোচা আৰু উপহাৰেৰে সম্বৰ্ধনা জনায়।