মৰাণ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত মৰাণ মহাবিদ্যালয় খেলপথাৰত চলি থকা বিনুপ্ৰভা গগৈ মৰাণ আন্ত:ক্লাৱ "বি" ডিভিজন ফুটবল লীগৰ ছেমিত প্ৰৱেশ কৰিছে বামলাইন নৱজ্যোতি সংঘ আৰু বিপ্তাঘাট ফুটবল চেন্টাৰ । আজি অনুষ্টিত কোৱাৰ্টাৰ ফাইনেলত প্ৰথমখন খেলত বামলাইন নৱজ্যোতি সংঘই খুমটাই ক্ৰীড়া সন্থাক একমাত্ৰ গ'লত পৰাজিত কৰে । দলৰ হৈ গ'লটো দিয়ে পেৰমদন পত্নী ২৯ মিনিটত । আনহাতে দ্বিতীয়খন খেলত বিপ্তাঘাটে বালিখুটি গোমোঠা যুৱ সংঘক ৫-১ গ'লৰ ব্যৱধানত পৰাজিত কৰে । বিপ্তাঘাটৰ হৈ সুমিত লাক্ৰাই ১৪ মিনিটত, বিবেক কিষাণে ২৪ আৰু ৫১ মিনিটত, প্ৰাঞ্জল চুৰিণে ৪৪ মিনিটত আৰু ৰাজ তাঁতীয়ে ৫৯ মিনিটত গ'ল কেইটা দিয়াৰ বিপৰীতে বিলিখুটিৰ বিশাল মিলিয়ে ১৯ মিনিটত একমাত্ৰ গ'লটো দিয়ে । খেল পৰিচালনা কৰে ভাস্কৰজ্যোতি গগৈ, নিহাল চাংমাই, কৌস্তৱ চুতীয়া, নীলম দাস, ভৰত চাওৰা, ক্ষীৰোদ বৰগোহাঁই, আনন্দ মুণ্ডা আৰু বিৰাজ নেৱাৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
16 साल की लड़की, मंदसौर में होने वाली थी शादी, टीम पहुंची तो मेहंदी-हल्दी रस्म चल रही थी, हड़कंप मचा, बालिका गृह भेजा
कोटा में 16 साल की लड़की की शादी की तैयारियां चल रही थी। शादी आज (रविवार) को मध्य प्रदेश के मंदसौर...
Iran और Pakistan के बीच झगड़े की वजह क्या है, कौन है ये जैश-अल-अदल’? | ABP LIVE
Iran और Pakistan के बीच झगड़े की वजह क्या है, कौन है ये जैश-अल-अदल’? | ABP LIVE
दिल्ली के कुछ इलाकों में बढ़ सकती है ठंड आज दिल्ली का न्यूनतम तापमान 8.4 डिग्री सेल्सियस किया गया दर्ज
राष्ट्रीय राजधानी दिल्ली में लगातार चौथे दिन बृहस्पतिवार सुबह भी अति घना कोहरा रहा। इस वजह से...
कटिहार पुलिस ने दो अपराधी को हथियार के साथ किया गिरफ्तार
अपराध की योजना बनाते दो अपराधियों को बिहार के कटिहार पुलिस ने गिरफ्तार किया है, मामला बिहार के...
ಹಾಸನದಲ್ಲಿ ಜೂನ್ 27 ರಂದು ರಾಜ್ಯ ಮಟ್ಟದ 'ಕೆಂಪೇಗೌಡ ಜಯಂತಿ' ನಡೆಯಲಿದೆ.
ಹಾಸನದಲ್ಲಿ ರಾಜ್ಯ ಮಟ್ಟದ 'ಕೆಂಪೇಗೌಡ ಜಯಂತಿ' ನಡೆಯಲಿದೆ. ಈ ಜಯಂತಿ ಕಾರ್ಯಕ್ರಮದಲ್ಲಿ ಡಿಸಿಎಂ ಡಿ. ಕೆ. ಶಿವಕುಮಾರ್...