আজি মৰাণত আন্তঃ ৰাষ্ট্ৰীয় চাহদিৱস উপলক্ষে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম চাহ।মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ তথা মৰাণ শাখা চাহ মজদুৰ সংঘৰ সম্পাদক লক্ষেশ্বৰ তাঁতীয়ে কয় যে চাহবাগিচাত জড়িত লোকসকল অকল জীৱিকাৰ কাৰণে নহয় ,বৰঞ্চ অসমৰ উন্নয়নৰ বাবেও প্ৰয়াস অব্যাহত।ৰাখিছে। প্ৰায় দুশ বছৰীয়া চাহ উদ্যোগৰ আজি আন্তঃ ৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে সকলো শ্ৰমিক আৰু কৰ্মচাৰীক তথা চাহ।উদ্যোগৰ লগত জড়িত সকলো লোককে তেওঁ আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ শুভকামনা যাচে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पीएम मोदी के गढ़ वाराणसी में लगे राहुल गांधी जिंदाबाद के नारे,युवाओं में मोदी के खिलाफ गुस्सा !
लोकसभा चुनाव 2024 का सातवां चरण का चुनाव 1 जून को होने वाला है. प्रधानमंत्री नरेंद्र मोदी के...
એઇમ્સ નિર્માણમાં હવે કોઇ અડચણો? ગુરૂવારે રિવ્યુ બેઠક લેશે કલેક્ટર
રાજકોટની ભાગોળે પરાપીપળીયા ખાતે વડાપ્રધાનના ડ્રીમ પ્રોજેક્ટ એવા એઇમ્સનું નિર્માણ કાર્ય...
দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, এগৰাকী আহত
শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলত সোমবাৰে নিশা সংঘটিত হয় এক দুৰ্ঘটনা। যদিও দুৰ্ঘটনাটোত বাহনসমূহৰ...
মৰাণ আৰক্ষী থানাৰ প্ৰাঙ্গনত থকা V D P ভৱনত গাওঁৰক্ষী বাহিনীৰ জৰুৰী বৈঠক অনুষ্ঠিত।
ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত মৰাণ আৰক্ষী থানাৰ প্ৰাঙ্গনত থকা VDP ভৱনত...
টাই আহোমসকলক জনজাতিকৰণৰ লগতে স্বায়ত্ব শাসনৰ দাবী টাইপাৰ
আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ লগতে স্বায়ত্ব শাসনৰ দাবী উত্থাপন কৰি আজি সোণাৰিত...