নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত দেহাৰকুছি নিবাসি বিশিষ্ট দেউধা উমেশ দাস(৫৩)ৰ কালি নিশা নিজ বাসভৱনত মৃত্যু হয়৷বিভিন্ন দেৱ দেৱীৰ উপসক উমেশ দাসৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলজুৰি শোকস্তব্ধ কৰি তুলিছে৷জানিব পৰামতে মৃত্যুৰ তিনিদিন মান আগৰে পৰা ককালৰ বিষত ভূগি থকা দাসে শনিবাৰে নিশা নিজৰ মন্দিৰত উপসনা কৰি ওলাই আহোতে মুৰ আচন্দ্ৰাই কৰি পৰি যায় আৰু তাৰ কিছু সময় পিচতে মৃত্যুক আকোঁৱালি লয়৷মৃত্যুৰ সময়ত তেওঁ বৃদ্ধ মাতৃৰ,পত্নী,এগৰাকী কন্যা সন্তান সহ অজস্ৰ গুনমুগ্ধক ইহসংসাৰত এৰি যায়৷আজি পূৱা তেওঁৰ নশ্বৰদেহ বৰলীয়া নৈৰ পাৰত শেষকৃত সমাপন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जिला कलक्टर श्री यादव ने किया सिणधरी पंचायत समिति एवं पुलिस थाने का वार्षिक निरीक्षण। प्रत्येक नागरिक की समस्या पर त्वरित कार्यवाही करने के दिये निर्देश
बालोतरा, 21 फरवरी। जिला कलक्टर श्री सुशील कुमार यादव ने शुक्रवार को सिणधरी पंचायत समिति एवं पुलिस...
જુના/નવા મોબાઇલ ફોન અને સીમ કાર્ડના ખરીદ વેચાણ કરનારા વેપારીઓએ રજીસ્ટર નિભાવવાના રહેશે
રાજયમાં બનતા ગુન્હાઓમાં મોબાઇલ ફોનના ઉપયોગ થાય છે તેમજ મોબાઇલ ચોરીના ગુન્હાઓનું પ્રમાણ...
Ganpati Visarjan 2022: Mumbai में धूमधाम से हो रही है बप्पा की विदाई, भक्तों की लगी भीड़
Ganpati Visarjan 2022: Mumbai में धूमधाम से हो रही है बप्पा की विदाई, भक्तों की लगी भीड़