মূল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ প্ৰতিবাদ ৷ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত শণিবাৰে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ সংগঠনটোৱে ৰাজ্যৰ যোগান বিভাগক সম্পূৰ্ণৰূপে ব্যৰ্থ আখ্যা দি শীঘ্ৰে পদত্যাগ কৰিবলৈ দাবী জনাই ৷ উল্লেখ্য যে ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই থকা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ ৰাইজ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৷ এই সন্দৰ্ভত গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা আমাৰ এক বিশেষ প্ৰতিবেদন ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
देश के पहले 'आयरनमैन' सांसद बने तेजस्वी सूर्या, साढ़े 8 घंटे में 113km दूरी नापी; पीएम मोदी ने भी की तारीफ
भाजपा सांसद तेजस्वी सूर्या ने आयरनमैन 70.3 ट्रायथलान चैलेंज पूरा कर इतिहास रचा है। वह यह उपलब्धि...
રખડતાં પશુઓનો ત્રાસ યથાવત....
રખડતા પશુઓનો ત્રાસ યથાવત: ડીસામાં ત્રણ આખલાઓ યુદ્ધે ચડી એક્ટીવાને અડફેટે લેતાં નુકસાન, વારંવાર...
લીંબાસી શ્યામ ઇન્ટરનેશનલ સ્કુલનું ધમાકેદાર ઝળહળતું પરિણામ
લીંબાસી શ્યામ ઇન્ટરનેશનલ સ્કુલનું ધમાકેદાર ઝળહળતું પરિણામ
Israel-Palestine War: दक्षिणी लेबनान में UN आर्मी कैंप पर रॉकेट से हमला | Hamas Attack | Gaza News
Israel-Palestine War: दक्षिणी लेबनान में UN आर्मी कैंप पर रॉकेट से हमला | Hamas Attack | Gaza News