মূল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ প্ৰতিবাদ ৷ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত শণিবাৰে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ সংগঠনটোৱে ৰাজ্যৰ যোগান বিভাগক সম্পূৰ্ণৰূপে ব্যৰ্থ আখ্যা দি শীঘ্ৰে পদত্যাগ কৰিবলৈ দাবী জনাই ৷ উল্লেখ্য যে ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই থকা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ ৰাইজ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৷ এই সন্দৰ্ভত গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা আমাৰ এক বিশেষ প্ৰতিবেদন ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಬೆಂಗಳೂರಿನ ಕುವೆಂಪು ಕಲಾಕ್ಷೇತ್ರದಲ್ಲಿ ಅಕ್ಟೋಬರ್ 13ರಂದು 'ಜಸ್ಟೀಸ್ ಹೊಂಬೆಗೌಡ ಸೇವಾ ಸಮಿತಿ -ಐಟಿಐ' 50ನೇ ವರ್ಷದ ಸುವರ್ಣ ಮಹೋತ್ಸವ ಸಮಾರಂಭ ನಡೆಯಲಿದೆ.
ಅಕ್ಟೋಬರ್ 10, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು 'ಜಸ್ಟೀಸ್ ಹೊಂಬೆಗೌಡ ಸೇವಾ ಸಮಿತಿ -ಐಟಿಐ' ಸದಸ್ಯರು...
क्या अब Israel को हथियार नहीं भेज सकेगा भारत? सुप्रीम कोर्ट ने कर दिया साफ
नई दिल्ली। SC on Israel War भारत द्वारा इजरायल को निर्यात किए जा रहे हथियारों और सैन्य...
आताची सर्वात मोठी बातमी, सत्तासंघर्षाबाबत उद्या सुनावणी, कोर्टात काय होणार | Maharashtra Politics
आताची सर्वात मोठी बातमी, सत्तासंघर्षाबाबत उद्या सुनावणी, कोर्टात काय होणार | Maharashtra Politics
ABMSU নেতা টাইচন হুচেইন,PGR VGR আৰু সমষ্টি উন্নয়ণ সন্দৰ্ভত বিধায়ক জলেন দৈমাৰীৰ মন্তব্য
ABMSU নেতা টাইচন হুচেইন,PGR VGR আৰু সমষ্টি উন্নয়ণ সন্দৰ্ভত বিধায়ক জলেন দৈমাৰীৰ মন্তব্য
স্বাধীনতা দিৱসলৈ মাত্ৰ এটা দিন, শিৱসাগৰত আৰক্ষীৰ নিছিদ্ৰ তালাচী
স্বাধীনতা দিৱসলৈ মাত্ৰ এটা দিন । শিৱসাগৰত আৰক্ষীৰ চলাইছে নিছিদ্ৰ তালাচী। শিৱসাগৰ নিৰাপত্তা...