গোলাঘাটৰ ফৰকাটিংত দুখনকৈ কয়লাভৰ্তি ট্ৰাক জব্দ ৷ বৃহস্পতিবাৰে নিশা ফৰকাটিং আৰক্ষীয়ে দুখন ট্ৰাকৰ লগতে ড্ৰাইভাৰ, হেন্দিমেনসহ তিনিজনক আটক ৷ উল্লেখ্য যে নাগালেণ্ডৰ পৰা আহি আছিল দুয়োখন কয়লাভৰ্তি ট্ৰাক ৷ ট্ৰাককেইখনৰ ড্ৰাইভাৰে উল্লেখ কৰা অনুসৰি জনৈক নয়ন নামৰ লোকজনৰ ট্ৰাক দুখন বিশ্বনাথ চাৰিআলিৰ এখন চাহ বাগিচালৈ নি আছিল ৷ বৰ্তমান তিনিজনকে ফৰকাটিং আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰি সোধপোচ অব্যাহত ৰাখিছে ৷ ট্ৰাককেইখনৰ কাগজ পত্ৰ পৰীক্ষা কৰাৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ তথ্য ৷ট্ৰাককেইখনৰ চালক পল্টন ৰয়, ৰাজেন্দ্ৰ ৰয় আৰু ডাছয় ৰয় বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈকে এইক্ষেত্ৰত আৰক্ষীয়ে মন্তব্য দিয়াৰ পৰা বিৰত আছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Skoda Kylaq Vs Maruti Brezza: इंजन, फीचर्स और कीमत के मामले में कौन सी कॉम्पैक्ट एसयूवी है बेहतर
भारतीय बाजार में Compact SUV सेगमेंट के वाहनों को सबसे ज्यादा पसंद किया जाता है। स्कोडा...
Subramanian Swamy Legal Notice to Akshay Kumar | Ram Setu Movie पर विवाद
Subramanian Swamy Legal Notice to Akshay Kumar | Ram Setu Movie पर विवाद
सिमरिया सड़क दुर्घटना में युवक की हुई मौत परिजनों ने किया चक्का जाम।
सिमरिया सड़क दुर्घटना में युवक की हुई मौत परिजनों ने किया चक्का जाम।