দুৰ্ঘটনা সংঘটিত হয় ঘিলামৰা সংযোগী ২২নং ৰাজ্যিক ঘাইপথত ।এখন বলেন'গাড়ীৰে তীব্ৰ গতিত গোগামুখ পৰা ঘিলামৰা অভিমুখে আহি থকা মুহূৰ্ততে বাহনসন নিয়ন্ত্ৰণ হেৰাই ৩০মিটাৰ মান নামি গছৰ ফাঁকেৰে চুচুৰী গৈ হাবিত থমকি ৰয়।গাড়ী খনত থকা ৪ গৰাকী ব্যক্তিৰ ভিতৰত ঢকুৱাখনা মাতমৰা অঞ্চলৰ বংশীধৰ দলে (26) নামৰ যুৱক জন গুৰুতৰ ভাবে মূৰ, বুকু,আৰু ভৰি গুৰুতৰ ভাবে যশম হয় আৰু এখন হাত ভাঙি পৰে।স্থানিয় ৰাইজ আৰুঘিলামৰা আৰক্ষী তৎপৰতাত আহত বংশীধৰ দলেক গোগামুখ সামূহিক চিকিৎসা ললৈ লৈ যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પીપલોદ પોલીસ દ્વારા બે મોટરસાયકલ ચાલક ની અટકાયત કરવામાં આવી
પીપલોદ પોલીસ દ્વારા બે મોટરસાયકલ ચાલક ની અટકાયત કરવામાં આવી
AAP has pushed Punjab to financial mess : Chugh (Demands white paper on state expenditures to help Kejriwal )
BJP national general secretary Tarun Chugh today lambasted the Bhagwant Mann government in Punjab...
आलेआरंभ ग्रुप तर्फे वाडा वेसराड येथे रक्तदान शिबिर संपन्न.
संगमेश्वर :आरंभ ग्रुप तर्फे सलग दुसऱ्या वर्षी वाडा वेसराड भंडारवाडी येथे रक्तदान शिबीर आयोजित...
Israel Hamas War: Gaza की सड़क पर चल रही कार को जब Israeli Tank ने उड़ा दिया (BBC Hindi)
Israel Hamas War: Gaza की सड़क पर चल रही कार को जब Israeli Tank ने उड़ा दिया (BBC Hindi)
আধাৰসত্ৰৰ ৰাসৰ আখৰাত মোহময়ী অভিনেত্ৰী অমৃতা গগৈ
আধাৰসত্ৰৰ ৰাসৰ আখৰাত মোহময়ী অভিনেত্ৰী অমৃতা গগৈ