বান সমস্যা আঁতৰিল যদিও বান বিধস্ত পথ মেৰামতি কৰাত লেহেমীয়া হোৱা দেখা গৈছে ছিপাঝাৰত। ছিপাঝাৰৰ দামপুৰ-গণেশকুঁৱৰী সংযোগী পথ চোৱা বানে ছিগি নিছিল যদিও এই পৰ্যন্ত মেৰামতি কৰা হোৱা নাই। যাৰ ফলত উপায়ন্তৰ হৈ ছিৰাজ আলি নামৰ ব্যৱসায়ী গৰাকীয়ে নিজা প্ৰচেষ্টাৰে এই পথটো মেৰামতি কৰি যাতায়াতৰ সুব্যৱস্থা কৰি যাতায়াতৰ উপযোগী কৰি তুলিছে। এই পথটো অতি সোনকালে মেৰামতি নকৰিলে আকৌ অনুপযোগী হৈ পৰিব বুলি স্থানীয় লোকে জনাইছে। এই ক্ষেত্ৰত বিধায়ক পৰমানন্দ ৰাজবংশীৰ হস্তক্ষেপ দাবী কৰিছে অঞ্চলটোৰ ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પ્રિયંકા ચોપરાએ વિદેશમાં તમામ મર્યાદા ઓળંગી છે, ઘણા પારદર્શક કપડાં પહેર્યા છે;
બોલિવૂડની દેશી ગર્લ પ્રિયંકા ચોપરાએ 18 જુલાઈએ પોતાનો 40મો જન્મદિવસ ઉજવ્યો. અભિનેત્રીના જન્મદિવસની...
જુનાગઢ સિવિલ હોસ્પિટલમાં દર્દીઓના સગાને મળે છે ઉદ્દતાય ભર્યા જવાબ સુવિધાનો અભાવ.
જુનાગઢ સિવિલ હોસ્પિટલમાં દર્દીઓના સગાને મળે છે ઉદ્દતાય ભર્યા જવાબ સુવિધાનો અભાવ.
જુનાગઢ સિવિલ...
ಕಾಂಗ್ರೆಸ್ ಪಕ್ಷದ ನಾಯಕರು ಪಿ.ಆರ್. ರಮೇಶ್ ಅವರನ್ನು ವಿಧಾನ ಪರಿಷತ್ತಿನ ಸದಸ್ಯರನ್ನಾಗಿ ನಾಮ ನಿರ್ದೇಶನ ಮಾಡಬೇಕೆಂದು ಎ. ಎಚ್. ಬಸವರಾಜು ಅವರು ಒತ್ತಾಯಿಸಿದರು.
ಮೇ 24, 2024
ಬೆಂಗಳೂರಿನ ಖಾಸಗಿ ಹೋಟೆಲ್ ನಲ್ಲಿ 'ಕರ್ನಾಟಕ ರಾಜ್ಯ ತಿಗಳ ಕ್ಷತ್ರಿಯ ಮಹಾಸಭಾ'ದ ಪದಾಧಿಕಾರಿಗಳು...
नालासोपारा परिसरातून 1400 कोटींचे MD ड्रग्ज जप्त, पाच तस्करांना अटक
नालासोपारा परिसरातून 1400 कोटींचे MD ड्रग्ज जप्त, पाच तस्करांना अटक