: গছ থাকিলেহে মানুহ থাকিব । সেয়েহে পৃথিৱী খন সেউজীয়া কৰাৰ লক্ষ্যৰে ২০১৭ চনত টিহুৰ মনোজ বড়ো, নিপন হালৈ, নৱজিৎ কলিতা আৰু বেদান্ত বিকাশ কলিতাই এক মহান কাৰ্যসূচীৰ হাতত লয় । তেতিয়াৰে পৰা উদীয়মান যুৱকসকলে টিহুৰ বিভিন্ন স্থানত গছপুলি ৰোপন কৰি আহিছে । যুৱক সকলে মাতৃ দিৱসৰ লগত সংগতি ৰাখি আজি টিহু-মাখিবাহা গড়কাপ্টানি পথৰ দুয়োকাষে কৃষ্ণচুড়া গছৰ পুলি ৰোপন কৰে । গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনিয়াৰে । মনোজ বড়োই আঁত ধৰা অনুষ্ঠানটোত টিহু পৌৰ সভাৰ পৌৰ পতি হিমানী মজুমদাৰ, মাখিবাহা গাঁও পঞ্চায়তৰ সভাপতি নৱ কুমাৰ শৰ্মা, টিহু আঞ্চলিক পঞ্চায়তৰ উপ সভাপতি গোৱিন্দ কলিতা আদি কেইবাজনেও অংশ লৈ উদ্যোক্তা সকলৰ শলাগ লয়
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MacBook Air 15 इंच की आज से पहली सेल, बड़े डिस्प्ले से लेकर पावरफुल प्रोसेसर तक, जानें सभी खास बातें
MacBook Air 15 inch first sale हाल ही में एपल ने मैकबुक लाइनअप में नए MacBook Air 15-inch को पेश...
একাঠু বোকাত সংগ্ৰাম কৰে দৈনন্দিন জীৱন
একাঠো বোকাত সংগ্ৰাম কৰে দৈনন্দিন জীৱন।।বুকুচাত পাৰ কৰাই ছাত্ৰ ছাত্ৰী, কান্ধত নিয়ে ৰোগী।।
Tata Punch EV से उठा पर्दा, केवल 25 हजार रुपये करें बुकिंग; यहां देखिए संभावित फीचर्स और रेंज डिटेल
Tata Motors ने अपनी बहुप्रतीक्षित इलेक्ट्रिक कार Punch EV को भारतीय बाजार में पेश कर दिया है।...
'Gau Run' Jaipur 2025 will be scheduled on Sunday, 16 November 2025.
,'Gau Run' Jaipur 2025 will be scheduled on Sunday, 16 November 2025.
The main objective of this...
ईसापुर धरणाच दोन दरवाजे उघडण्यात आले,नदिकाठच्या गावाला सर्तकतेचा ईशारा
ईसापुर धरणाच दोन दरवाजे उघडण्यात आले,नदिकाठच्या गावाला सर्तकतेचा ईशारा