গোলাঘাটৰ নামবৰ বনাঞ্চলত ভয়াবহ পথ দূৰ্ঘটনা ৷ ডিমাপুৰৰ পৰা AS 03 BC 4707 নম্বৰৰ এখন যাত্ৰীবাহী বাছ আৰু গোলাঘাট দিশৰ পৰা যোৱা AS 05 AC 1160 নম্বৰৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত ১৫ জন লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ আশংকা কৰা হৈছে ৷ দূৰ্ঘটনাত বাছখনৰ চালক বাবলু আলি মৃত্যুমুখত পৰাৰ বিপৰীতে প্ৰায় ১৫ জনতকৈ অধিক লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লোকসকলক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ আৰক্ষীৰ সূৰ্ত্ৰে প্ৰকাশ কৰা অনুসৰি বাছখন ডিমাপুৰৰ পৰা গোলাঘাটলৈ আহি থকাৰ বিপৰীতে ট্ৰাকখন বিপৰীত দিশৰ পৰা আহি আছিল ৷ উক্ত ঘটনাৰ পিছতেই সমগ্ৰ ঘটনাই এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સિહોર શહેરમાં ફટાકડા બજારમાં ઉપલબ્ધ થય ગયા
દિપાવલીના તહેવાર નજીકમાં છે. ત્યારે આ વર્ષે ફટાકડાના ભાવમાં થયેલા જગી વધારાને પગલે ફટાકડા ની ભાવ...
'चुनाव आते ही आतंकियों पर मेहरबान हो जाती है कांग्रेस', जयपुर धमाके के आरोपियों के बरी होने पर BJP ने कसा तंज
Amit Malviya on Jaipur Bomb blast राजस्थान के जयपुर में वर्ष 2008 को हुए सिलसिलेवार बम...
દિયોદર માં જય જય શ્રી રામ ના નારા ગુંજી ઉઠશે..
આવતી કાલે જય જય શ્રી રામ ના નારા સાથે દિયોદર નગર ગુંજી ઉઠશે.વિશ્વ હિન્દુ પરિષદ -- બજરંગ દળ દિયોદર...