গোলাঘাটৰ নামবৰ বনাঞ্চলত ভয়াবহ পথ দূৰ্ঘটনা ৷ ডিমাপুৰৰ পৰা AS 03 BC 4707 নম্বৰৰ এখন যাত্ৰীবাহী বাছ আৰু গোলাঘাট দিশৰ পৰা যোৱা AS 05 AC 1160 নম্বৰৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত ১৫ জন লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ আশংকা কৰা হৈছে ৷ দূৰ্ঘটনাত বাছখনৰ চালক বাবলু আলি মৃত্যুমুখত পৰাৰ বিপৰীতে প্ৰায় ১৫ জনতকৈ অধিক লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লোকসকলক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ আৰক্ষীৰ সূৰ্ত্ৰে প্ৰকাশ কৰা অনুসৰি বাছখন ডিমাপুৰৰ পৰা গোলাঘাটলৈ আহি থকাৰ বিপৰীতে ট্ৰাকখন বিপৰীত দিশৰ পৰা আহি আছিল ৷ উক্ত ঘটনাৰ পিছতেই সমগ্ৰ ঘটনাই এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Closing Bell: Sensex 125 अंक टूटा, Nifty 19,750 के आसपास हुआ बंद, Auto, Realty शेयर चढ़े
Closing Bell: Sensex 125 अंक टूटा, Nifty 19,750 के आसपास हुआ बंद, Auto, Realty शेयर चढ़े
सलेहा नगर हुआ गृहमंत्री नरोत्तम मिश्रा जी का आगमन।
सलेहा नगर हुआ गृहमंत्री नरोत्तम मिश्रा जी का आगमन।
भील प्रदेश के मुद्दे को लेकर संभागीय आयुक्त को हटाने की मांग
प्रतापगढ़। बीपीवीएम ने जनजातीय सलाहकार परिषद के नाम संभागीय आयुक्त बांसवाड़ा नीरज के पवन के खिलाफ...