৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি খোৱাং কলৌলোৱা দেউৰী গাওঁত কেইবাটাও মহিলা গ্ৰাম্য সংগঠনে লগ লাগি হাতত ভাৰতৰ স্বাভিমানৰ প্ৰতিক ৰাষ্ট্ৰীয় পতাকা লৈ "হৰ ঘৰ তিৰংগা" ৰ শ্লোগানেৰে এক বিশাল শোভাযাত্রাৰ আৰম্ভ কৰে । এই শোভাযাত্রাৰ শেষত আয়োজন কৰা সভাত " হৰ ঘৰ তিৰংগা" অভিযানৰ সম্পর্কে ৰাইজক অৱগত কৰা হয়। উক্ত সভাত খোৱাং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পলাশ হাজৰিকা আত্মসহায়ক গোটৰ ব্লক কৰডিনেটৰ ভাস্কৰজ্যোতি শৰ্মা , খোৱাং কলৌলোৱা গাওঁ পঞ্চায়তৰ সভাপতি দণ্ডিধৰ শইকীয়া দেৱো উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
OnePlus 12 Smartphone: 70 हजार के इस Flagship Smartphone की जानें Specifications | Tech Guru
OnePlus 12 Smartphone: 70 हजार के इस Flagship Smartphone की जानें Specifications | Tech Guru
પાલનપુરમાં દંપતીએ ઝેરી દવા ગટગટાવતાં ચકચાર
પાલનપુરમાં પતિ-પત્નીએ ઝેરી દવા ગટગટાવીને મોતને વ્હાલું કર્યાની ઘટના સામે આવી છે. મળતી માહિતી મુજબ...
মৰাণত জাপানীজ এনকেফেলাইটিছ ৰোগ ৰোধৰ বাবে ঔষধ চটিওৱাৰ অভিযান
মৰাণ::::মৰাণ ৰাজহ চক্ৰ ৱিষযাৰ কাৰ্যালয়ৰ অন্তৰ্গত মৰাণ নগৰত জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু আদি...
Magadh Express के B1 AC कोच में सांप देखने के बाद यात्रियों में अफरा-तफरी | Aaj Tak News
Magadh Express के B1 AC कोच में सांप देखने के बाद यात्रियों में अफरा-तफरी | Aaj Tak News