গোলাঘাটৰ আঠুকঢ়া চুকত আবকাৰী বিভাগৰ অভিযান। এটা বাসগৃহত চুলাই মদ প্ৰস্তুত কৰি থকা সময়তে আবকাৰী বিভাগে তীব্ৰ অভিযান চলাই চুলাই মদৰ ঘাটিটোত ধংস কৰে।গোলাঘাট,ফৰকাটিং আৰু দেৰগাওৰ এক বৃহৎ আবকাৰী বিভাগৰ দলে যুটীয়া ভাবে অভিযান চলাওতে ঘটনাস্থলীৰ পৰা মদ বেপাৰী পলায়ন কৰে যদিও এটা মদ বেপাৰীক আটক কৰিবলৈ সক্ষম হয়। অভিযানকাৰী দলটোৱে মদ প্ৰস্তুত কৰা ৩৮০০ লিটাৰ পাচ,দুটা মদ প্ৰস্তুত কৰা যন্ত্ৰ,১২০ লিটাৰ চুলাই মদ,৪০ টিং গুৰ আৰু মদ সৰবৰাহ কৰা দুখন স্কুটীয়ো জব্দ কৰে। আৰু লগতে মদ মজুত কৰি থোৱা ১৯ টা চিন্টেক্স ভাঙি পেলায় আবকাৰী বিভাগে। ইফালে আটকাধীন দীপক তুৰিয়ে দিছে চাঞ্চল্যকৰ ভাষ্য। আঠুকঢ়া চুকৰ অধিকাংশ এলেকাত অবৈধ চুলাই মদ প্ৰস্তুত কৰে। বৰ্তমান আবকাৰী বিভাগে দীপক তুৰিক সোধপোছ অব্যাহত ৰাখি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
माजी गृहराज्यमंत्री संजय बनसोडे यांनी अपघात झालेल्या मुलीलाभेट देउन केले आर्थीक मदत
माजी गृहराज्यमंत्री संजय बनसोडे यांनी अपघात झालेल्या मुलीलाभेट देउन केले आर्थीक मदत
ભાવનગર નેશનલ હાઈવે પર પસવી નજીક ફોરવીલ કાર અને બાઈક વચ્ચે ગોઝારો અકસ્માત,બે યુવાનોનું મોત
ભાવનગર-તળાજા નેશનલ હાઈવે રોડ પર આવેલા પસવી ગામ પાસે ફોરવીલ કાર અને બાઈક વચ્ચે અકસ્માત સર્જાયો...
Kanpur Accident: रामनवमी पर दर्दनाक हादसा, मंदिर दर्शन करने जा रहे ग्रामीणों की गाड़ी पलटी; तीन की मौत और 17 घायल
कानपुर। कानपुर में दर्दनाक हादसा हुआ है। फतेहपुर से जूही बारादेवी मंदिर दर्शन करने जा रहे...