গোৰেশ্বৰত একল অভিযানত উপস্থিত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী

গোৰেশ্বৰত একল অভিযানত অনুষ্ঠিত হৈ যায়।তদুপলক্ষে বাক্সা অঞ্চলৰ উদ্যোগত আৰু গোৰেশ্বৰ সঞ্চৰ সহযোগত শ্ৰী হৰি ৰাম মন্দিৰ আদৰণী ও শোভাযাত্রা বাহিৰ কৰা হয় । উক্ত অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য তথা শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ এমচিএলএ ৰনেন্দ্ৰ নাৰ্জাৰী আৰু গোৰেশ্বৰ পৌৰসভাৰ ৱাৰ্ড কমিচনাৰ মন্টুৰাম ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।