মৃতদেহ কঢ়িওৱা গাড়ীৰ অভাৱত পুত্ৰই বাইকৰে মাতৃৰ মৃতদেহ কঢ়িয়াই আনিলে। এই ঘটনা সংঘটিত হৈছে বিজেপি শাসিত মধ্যপ্ৰদশৰ শহদল চহৰত। দেওবাৰে শহদল চিকিৎসা মহাবিদ্যালয়ত জয়মীত্ৰা যাদৱ নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় । মৃত্যুৰ পিছত শহদল চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই মৃত মহিলা গৰাকীৰ শৱদেহ নিজ গৃহলৈ লৈ যাবলৈ শৱদেহ কঢ়িওৱা বাহনৰ ব্যৱস্হা কৰি নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ইপিনে ব্যক্তিগত শৱদেহ কঢ়িওৱা বাহনসমূহে ৫০০০ টকা ভাৰা বিচৰাত উপায়াহীন হৈ মৃত মহিলা গৰাকীৰ পুত্ৰই কাঠৰ টুকৰাত বান্ধি শৱদেহ চিকিৎসালয়ৰ পৰা অনুপুৰ জিলালৈ ৮০ কিলোমিটাৰ বাইক চলাই নিজ গৃহলৈ কঢ়িয়াই আনে। জয়মতী যাদৱ নামৰ মহিলা গৰাকী বুকুৰ বিষৰ বাবে শণি বাৰে জিলা চিকিৎসা লয়ত ভৰ্তি হৈছিল আৰু পৰবৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে শহদল চিকিৎসা মহাবিদ্যালৈ স্থানান্তৰ কৰা হয় । আৰু চিকিৎসা লয়তে মহিলা গৰাকীৰ মৃত্যু হয়। চিকিৎসালয়ত ভালদৰে চিকিৎসা নোপোৱাৰ ফলত মাকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে পুত্ৰ সুন্দৰ যাদৱে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AAP એ કોંગ્રેસનો સાથ છોડ્યો
લોકસભા ચૂંટણીના પરિણામ જાહેર થતાની સાથે જ આમ આદમી પાર્ટીએ કોંગ્રેસનો સાથ છોડવાની જાહેરાત કરી દીધી...
उल्लेखनीय शैक्षिक सामाजिक एवं पर्यावरण गतिविधियों के किया शिक्षकों को सम्मानित
उल्लेखनीय शैक्षिक सामाजिक एवं पर्यावरण गतिविधियों के किया शिक्षकों को सम्मानितबून्दी। सन् 2007 से...
Ponniyin Selvan 2 box office day 4 collection: Aishwarya Rai's film earns over ₹200 crore gross worldwide
Ponniyin Selvan 2 box office day 4 collection: The film has already earned over ₹200 crore gross...
*આંગણવાડી કાર્યકરને રૂ.૧૦ હજાર અને આંગણવાડી તેડાગરને રૂ.૫૫૦૦ માનદ વેતન અપાશે.
રાજય સરકારનો મહત્વનો નિર્ણય*
*આંગણવાડી કાર્યકર/તેડાગરના માનદ વેતનમાં નોધપાત્ર વધારો...