গোলাঘাটত চাঞ্চল্যকৰ ডকাইটি কাণ্ড । আৰক্ষীৰ পোছাক পিন্ধি সংঘটিত কৰিলে ডকাইটি । ডকাইটৰ প্ৰহাৰত গুৰুতৰ ভাৱে আহত এজন ।তিনি মাহত তিনিটা ডকাইতি কান্ড ঘটনাই জোকাৰিছে এতিয়া গোলাঘাট। ব্যৰ্থ গোলাঘাট আৰক্ষী । গোলাঘাটত তিনি মাহত তিনিটাকৈ চাঞল্যকৰ ডকাইটি কাণ্ড । এইবাৰ গোলাঘাটৰ কচুগাৱত নিশা সংঘটিত চাঞল্যকৰ ডকাইটি কাণ্ড । আৰক্ষীৰ ভেশত অহা সাতজনীয়া ডকাইটৰ দলে লুটি নিলে সোনৰ আ অলংকাৰ । ঘৰৰ গৃহস্থ ৰিণা বৰা তামুলীক চকু হাত বান্ধি লুটপাত চলায় । ডকাইটৰ দলটোৰ দুজনে আৰক্ষীৰ পোছাক পিন্ধি অহাৰ লগতে সাতজনীয়া দলটোৱে দা, ৰড লৈ প্ৰবেশ কৰে ঘৰটোত । শুনক ভুক্তভোগীৰ মুখেৰে । ইয়াৰ পিছতে ৰিণা বৰা তামুলীৰ ঘৰত ভাৰাতীয়া হিচাপে থকা প্ৰকাশ শইকীয়া নামৰ লোকজনৰ ঘৰত সোমাই প্ৰকাশক চকু হাত ভৰি বান্ধি লৈ যায় কাষৰ পথাৰলৈ । পথাৰত গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাত গুৰুত্বৰ ভাৱে আহত হয় । ইতিমধ্যে আহত প্ৰকাশ শইকীয়াক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এই সন্দৰ্ভত ৰিণা বৰা তামুলীয়ে গোলাঘাট সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে । উল্লেখযোগ্য যে বিগত মাৰ্চ মাহতো আৰক্ষীৰ বেশত অহা ডকাইটৰ দলে জিলাখনৰ নুমলীগড় আৰু কমাৰবন্ধাত সংঘটিত কৰিছিল ডকাইটি কাণ্ড । গোলাঘাট আৰক্ষী এনে অসামাজিক কায্যকালাপ ৰোধ কৰাত চুড়ান্ত ব্যৰ্থ হৈছে । ইয়াতে এটা কথা উল্লেখ কৰো যে গোলাঘাট জিলাতো অতিৰিক্ত ভাবে (Crime) অপৰাধ শাখৰ যি কোনো ঘটনা বিশেষ ভাবে চোৱাৰ বাবে অতিৰিক্ত আৰক্ষী অধীক্ষক নিয়োগ কৰিছে। কিন্তু তাৰ পিছত গোলাঘাটত অপৰাধ কম হোৱাৰ পৰিবৰ্ত্তে বৃদ্ধি হে পাইছে বুলি সচেতন মহলত চৰ্চা চলিছে।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  CHEST WORKOUT HOME ROUTINE | BODYWEIGHT EXERCISES | Rowan Row 
 
                      CHEST WORKOUT HOME ROUTINE | BODYWEIGHT EXERCISES | Rowan Row
                  
   ड्रग्स के खिलाफ जागरूकता कार्यक्रम में बताए ड्रग्स के दुष्प्रभाव   
 
                      ड्रग्स के खिलाफ जागरूकता कार्यक्रम में बताए ड्रग्स के दुष्प्रभाव 
बूंदी। जेसीआई वीक कौशल...
                  
   એમજીએસ હાઈસ્કૂલ ખાતે સ્પોર્ટસ ડે ની ઉજવણી કરવામા આવી. 
 
                      કાલોલ કેળવણી પ્રચારક મંડળ દ્વારા સંચાલિત ધી એમ જી એસ હાઇસ્કુલ ખાતે શુક્રવારે સ્પોર્ટસ ડે ની ઉજવણી...
                  
   જૂનાગઢમાં એ.ટી.એમ. માં ભુલાયેલા રૂ. ૬૨,૨૦૦ ની રકમ સી.સી.ટી.વી. મારફત શોધી કાઢતી જૂનાગઢ પોલિસ 
 
                      રૂ. ૬૨,૨૦૦ ની એ.ટી.એમ. માં ભુલાયેલ રકમ સી.સી.ટી.વી. મારફત જૂનાગઢ પોલીસ દ્વારા શોધી મૂળ માલિકને...
                  
   ಬೆಂಗಳೂರಿನ "ಸಾತ್ವಿಕ್ ಗೋಕುಲಮ್ ಓಲ್ಡ್ ಏಜ್ ಹೋಮ್" ಆಶ್ರಮದಲ್ಲಿ ಮಾರ್ಚ್ 10ರಂದು "ಬೃಹತ್ ಆರೋಗ್ಯ ತಪಾಸಣಾ ಶಿಬಿರ" ನಡೆಯಲಿದೆ. 
 
                      ಮಾರ್ಚ್ 9, 2024
 
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು "ಸಾತ್ವಿಕ್ ಗೋಕುಲಮ್ ಓಲ್ಡ್ ಏಜ್ ಹೋಮ್" ಸದಸ್ಯರು...
                  
   
  
  
  
  