সমগ্ৰ দেশৰ লগতে ৰহা আঞ্চলিক শ্ৰমিক উন্নয়ন সমিতিয়ে ১মে আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰে।

        আজি পূবা ৰহা নতুনচাৰিআলিত ৰহা আঞ্চলিক শ্ৰমিক উন্নয়ন সমিতিৰ দ্বাৰা অনুষ্ঠিত ১মে আন্তৰ্জাতিক শ্ৰমিক দিৱস ৰ উপলক্ষে সমিতিৰ সভাপতি গীৰেন বৰদলৈৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু পতাকা উওোলন কৰাৰ লগতে সমিতিৰ সম্পাদক টুটু গাওঁখোবাই আঁত ধৰা দিৱস ত ৰহা আঞ্চলিক শ্ৰমিক উন্নয়ন সমিতিৰ উপদেষ্টা পংকজ দেউৰিয়ে শ্ৰমিক দিৱস ৰ ওপৰত বক্তব্য ৰখাৰ লগতে উপদেষ্টা ৰাজেন গাঁওখোবা ভদ্ৰচিং লৰ,ৰহাৰ বিশিষ্ট ব্যবসায়ী বিষ্ণু খেতান, ভাস্কৰ বৰা,ধনৰাজ শৰ্মা,বিজয় শৰ্মা,সাংবাদিক চয়েল খেতান, কুঞ্জ কাকতি ৰ লগতে গনমান্য ব্যক্তি আৰু ৰহা অঞ্চলৰ শতাধিক শ্ৰমিক উপস্থিত থাকে।