গোলাঘাটৰ দুমহলীয়া পাৰ্কিংত চোৰৰ তাণ্ডব । গাড়ীৰ পৰা চুৰি কৰি লৈ গল বেটাৰী । পৌৰসভাৰ অধিনত নগৰৰ মাজমজিয়াত থকা দুমহলীয়া গাড়ী পাৰ্কিংত থকা চাৰিখন গাড়ীৰ গ্লাচ ভাঙি চোৰে নিলে বেটাৰী । ইয়াৰে ৰঞ্জিত প্ৰসাদ নামৰ লোকজনে নিশা পাৰ্কিংত থৈছিল গাড়ীদুখন । স্থানীয় লোকে তেখেতক খৱৰ দিয়াত লোক জনে ততাতৈয়াকৈ ঘটনা স্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে লোকজনে । বৰ্তমান ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ट्रम्प ने हमास को धमकी दी:कहा- 20 जनवरी तक बंधकों को रिहा करो, नहीं तो गंभीर नतीजे भुगतने होंगे
अमेरिका के नव-निर्वाचित राष्ट्रपति डोनाल्ड ट्रम्प ने हमास को धमकी दी है। द टाइम्स ऑफ इजराइल के...
વડાપ્રધાન ફરી ગુજરાતની મુલાકાતે આવશે
#buletinindia #gujarat #anand