মৰাণৰ খোৱাং চাহ বাগিচাত বাঘৰ আক্ৰমণত দুগৰাকী মহিলা শ্ৰমিক আহত । মহিলা দুগৰাকীৰ নাম আচিৰিতা কুজু (২৬) আৰু অনিতা তিৰ্কী (২৫) । আহত দুয়োগৰাকী শ্ৰমিককে বাগিচা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । খোৱাঙৰ বাগানৰ নাৰ্চাৰিত পাত তুলি থাকোতে এটা নাহৰফুটুকী বাঘে আক্ৰমণ কৰে দুয়োগৰাকীকে । খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত খোৱাং অঞ্চলত ইয়াৰ পূৰ্বেও বাঘৰ আক্ৰমণত বহু কেইগৰাকী লোক আহত হৈছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तेलगाव नाका बीड येथे भाजपाच्या वतीने खा. प्रीतम मुंडे यांच्या रॅलीचे स्वागत@india report
तेलगाव नाका बीड येथे भाजपाच्या वतीने खा. प्रीतम मुंडे यांच्या रॅलीचे स्वागत@india report
IRCTC Rules : Train Tickets for Kids Below 5 | ५ वर्षांपर्यंतच्या मुलांचंही तिकीट काढावं लागणार का?
IRCTC Rules : Train Tickets for Kids Below 5 | ५ वर्षांपर्यंतच्या मुलांचंही तिकीट काढावं लागणार का?
OPPO Reno11 Series की लॉन्चिंग डेट को लेकर कंपनी ने दी जानकारी, चार कलर ऑप्शन में दिखे नए फोन
ओप्पो अपने यूजर्स के लिए OPPO Reno11 Series को लॉन्च करने की तैयारी कर चुका है। पिछले कुछ दिनों...
সোণাৰি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গোলাপ বৰগোহাঁইৰ পূৰ্ণাংগ মূৰ্তি উন্মোচন
সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে উন্মোচন কৰিলে সোণাৰি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ...