বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অধীনস্থ কলবাৰী বড়িতোলা চকত আজি নিশা ৭-৩০ মান বজাত এখন নলীনাদৰ পাইপ বৰিং কৰা ট্ৰেক্টৰে গিয়াচুদ্দিন আহমেদ নামৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকক খুন্দিৱাৰ ফলত আহত হয়৷জানিব পৰামতে ট্ৰেক্টৰ খনে কৰ্মস্থলীৰ পৰা গৰাকীৰ মুকালমুৱা আদাবাৰীৰ ঘৰলৈ যায় থাকোতে দুৰ্ঘটনাটো সংঘটিত হয়৷ঘটনা সংঘটিত কৰিয়ে চালক জনে ৰাইজৰ চকুত ধুলি দি ঘটনা স্থলীৰ পৰা পলায়ন কৰে৷ইতিমধ্যে আহত শিক্ষক গৰাকীক ১০৮ এম্বুলেন্স যোগে নলবাৰী মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন কৰাই৷অবেশ্যই স্থানীয় সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসকে বিপদ মুক্ত বুলি জানিব দিয়ে৷উল্লেখ্য যে কোটালকুছি মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক আহমেদে প্ৰতিদিনে সান্ধ্য ভ্ৰমণত যায়৷আজিও সান্ধ্য ভ্ৰমণৰ পৰা উভতাৰ সময়ত ঘটনাটো সংঘটিত হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ : વિધાનસભા ચૂંટણી પહેલાં AAP પાર્ટીના ઉમેદવાર રાજેશ દીક્ષિત નો જનતા સાથે ડોર to ડોર પ્રચાર
અમદાવાદ : વિધાનસભા ચૂંટણી પહેલાં AAP પાર્ટીના ઉમેદવાર રાજેશ દીક્ષિત નો જનતા સાથે ડોર to ડોર પ્રચાર
बस के 5 काम करो बिना किसी दवाई के पेट की 90% बीमारियां ठीक हो जाएंगी | Improve Digestion | Ram Verma
बस के 5 काम करो बिना किसी दवाई के पेट की 90% बीमारियां ठीक हो जाएंगी | Improve Digestion | Ram Verma
किंग चार्ल्स की बहू और ऋषि सुनक समेत कई लोगों पर की गई नस्लवादी टिप्पणी, 6 पूर्व पुलिस अधिकारियों पर हुई कार्रवाई
लंदन। लंदन के छह पूर्व पुलिस अधिकारियों को गुरुवार को व्हाट्सएप पर आपत्तिजनक और नस्लवादी...