গোৰেশ্বৰ ছিলকীঝাৰৰ তৰুণ ৰাম ফূকন মধ্য ইংৰাজী বিদ্যালয়ৰ দুগৰাকী সহঃ শিক্ষকৰ বিদায়ী 

বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোৰেশ্বৰ ছিলকীঝাৰৰ তৰুণ ৰাম ফূকন মধ্য ইংৰাজী বিদ্যালয়ত বিদায়ী সভা অনুষ্ঠিত হৈ যায়৷ বিদ্যালয়খনৰ দুগৰাকী সহকাৰী শিক্ষকে বিদায় লয় সভাখনত।ইপিনে উক্ত সভাত গাওঁ প্ৰধান জীৱন চক্ৰৱৰ্তীয়ে সভাপতিত্ব কৰে।