ভিতৰুৱা গ্ৰামাঞ্চলৰ চিকিৎসা সেৱাৰ একমাত্ৰ ভৰসা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহ কিয় দিনৰ ডেৰ বজাতে বন্ধ হয়? ডেৰবজাৰ পিছত এই গ্ৰাম্য চিকিৎসালয়সমূহলৈ ৰোগীৰ আগমন নঘটে নেকি?বহু ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ডেৰ বজাৰ পিছত চিকিৎসকক লগ পোৱা নাযায় । আবেলি কোনো ৰোগীয়ে চিকিৎসা গ্ৰহণৰ বাবে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হ'লেও বিমৰ্ষ মনেৰে ঘৰলৈ উভতি যোৱাৰ বাদে অন্য গত্যন্তৰ নাই । এনেক্ষেত্ৰত প্ৰশ্ন উত্থাপন হয় যে ৰাজ্যৰ গ্ৰামাঞ্চলত নিয়োজিত চিকিৎসা কৰ্মচাৰীসকলৰ দৈনিক কৰ্মঘণ্টা ডেৰ বজালৈকেহে নেকি?গ্ৰামাঞ্চলৰ ৰাইজক দৈনিক এবেলা চিকিৎসা সেৱা প্ৰদান কাৰ্যই ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পুতৌলগা দিশটোকে উন্মোচন কৰিছে । গাঁৱলীয়া মানুহৰ আকস্মিক দুৰ্ঘটনা হ'লে সততে চিকিৎসক পোৱা কঠিন । কাৰণ চিকিৎসকসকল স্বাস্থ্যকেন্দ্ৰ সংলগ্ন চৰকাৰী আবাসগৃহত নাথাকি দূৰণিৰ ভাৰাঘৰৰ পৰাহে কৰ্মস্থলীলৈ অহা-যোৱা কৰে । গ্ৰামাঞ্চলৰ স্বাস্থ্য সেৱাৰ এইবিলাক দুৰ্বল দিশ আঁতৰাবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Katni News: पिकअप वाहन को ट्रक ने मारी टक्कर, तीन लोगों की मौत, एक दर्जन घायल
Katni News: पिकअप वाहन को ट्रक ने मारी टक्कर, तीन लोगों की मौत, एक दर्जन घायल
...
Lok Sabha Elections 2024: चुनाव के बदले इनाम को लेकर Viral हुआ DK Shivakumar का वीडियो | Aaj Tak
Lok Sabha Elections 2024: चुनाव के बदले इनाम को लेकर Viral हुआ DK Shivakumar का वीडियो | Aaj Tak
देवलीमांझी पुलिस को देख तस्करों ने रिवर्स दौड़ाई कार, तीन लोगों को किया गंभीर घायल
कोटा. जिले के सांगोद में देवली पुलिस की और से डोडा चूरा सहित दो तस्करों को हिरासत में लिया...
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ অনুষ্ঠান 'মাহটোৰ অতিথি'
মাহটোৰ অতিথি _নৰ্থ লখিমপুৰ প্ৰেছ ক্লাব
ಡಿಜಿಟಲ್ ಲೈಬ್ರರಿ ಉದ್ಘಾಟಿಸಿದ ಶಾಸಕ ಮುನಿರತ್ನ
ಬೆಂಗಳೂರು : ರಾಜರಾಜೇಶ್ವರಿ ನಗರ ವಿಧಾನಸಭಾ ಕ್ಷೇತ್ರದ ಜನಪ್ರಿಯ ಶಾಸಕರಾದ ಮುನಿರತ್ನ ಅವರು ಬಸವೇಶ್ವರ ನಗರದ ನೊಳಂಬ...