ডিব্ৰু গড় জিলাৰ মৰাণ সমষ্টিৰ গ্ৰাম্য বজাৰস্থিত বাজপেয়ী ভৱনত অনুষ্ঠিত এক দলীয় সভাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ উপস্থিত থাকে। সভাত ভাৰতীয় জনতা পাৰ্টিৰ মৰাণ সমষ্টিৰ ১৭২টা বুথৰ প্ৰতিনিধি আৰু সভাপতি সকলৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ খোৱাং মণ্ডলৰ সভাপতি ক্ষীৰোদ দুৱৰাকে প্ৰমুখ্যকে ধৰি খোৱাং মণ্ডলৰ বিষয় ববীয়া আৰু কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে সভাত সাংসদ গৰাকীয়ে ১৭২টা বুথত এটাকৈ ৰেডিঅ'প্ৰদান কৰে।