ৰাজ্যত প্ৰকৃত হিতাধিকাৰীৰ সন্ধানত নামিছে বিজেপি দল আৰু পঞ্চায়ত প্ৰতিনিধি ৷ সেই উপলক্ষ্যে লখিমপুৰ জিলা তথা নাৰায়ণপুৰ উন্নয়ণ খন্ডৰ অন্তৰ্গত ধলপুৰ-শিমলুগুৰি জিলা পৰিষদৰ অন্তৰ্গত গনকদলনি পঞ্চায়তৰ ৰূপতলী ৱাৰ্ডত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা আচঁনিবোৰ প্ৰকৃত হিতাধিকাৰীসকলে লাভ কৰিছেনে অথবা তেওঁলোকে কি কি আচঁনিৰ পৰা বঞ্চিত হৈ আছে এই সকলো জানিবৰ বাবে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস আৰু বিধায়ক অমিয় কুমাৰ ভূঞাৰ পৰামৰ্শ ক্ৰমে বানেগৰকা ৱাৰ্ডটোৰ ৰাইজৰ ঘৰে ঘৰে গৈ ভাৰতীয় জনতা পাৰ্টীৰ এটা পৰ্যবেক্ষণ দলে বুজ লয় ৷ পৰ্যবেক্ষণ দলটোৰ নেতৃত্ব বহন কৰে ধলপুৰ-শিমলুগুৰি জিলা পৰিষদ সদস্যা দীপালি বনিয়াই ৷ দলটোত ৰাজ্যিক , জিলা ,মন্ডলৰ বিষয়ববীয়া গনকদলনি পঞ্চায়ত সভানেত্ৰী কল্পনা সিনহা , পঞ্চায়ত প্ৰতিনিধি আৰু বুথ সমিতিয়ে সহযোগিতা কৰে ৷ ইয়াৰ দ্বাৰা প্ৰকৃত হিতাধিকাৰীসকলক সুৰক্ষা প্ৰদান কৰাৰ লগতে বঞ্চিত সকলে আচঁনিৰ সুফল লাভ কৰিবলৈ সক্ষম হ’ব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
4 September 2022 |आज का इतिहास|Today History | Tareekh Gawah Hai | Current Affairs In Hindi |#DBLIVE
4 September 2022 |आज का इतिहास|Today History | Tareekh Gawah Hai | Current Affairs In Hindi |#DBLIVE
एलन मस्क की कंपनी के बारे किसने और क्यों कहा- भेड़ की खाल में भेड़िया है स्टारलिंक
एलन मस्क भारत में सैटेलाइट इंटरनेट ऑफर करने के तैयार हैं और जरूरी मंजूरियों का इंतजार कर रहे हैं।...
કેરળમાં માર્ચમાંજ તાપમાન 54 ડિગ્રી હીટ સ્ટ્રોકનું જોખમ વધ્યું ગોવામાં બપોર પહેલા સ્કૂલ બંધ કરવા સૂચન
કેરળમાં માર્ચમાંજ તાપમાન 54 ડિગ્રી હીટ સ્ટ્રોકનું જોખમ વધ્યું ગોવામાં બપોર પહેલા સ્કૂલ બંધ કરવા સૂચન