ৰাজ্যত প্ৰকৃত হিতাধিকাৰীৰ সন্ধানত নামিছে বিজেপি দল আৰু পঞ্চায়ত প্ৰতিনিধি ৷ সেই উপলক্ষ্যে লখিমপুৰ জিলা তথা নাৰায়ণপুৰ উন্নয়ণ খন্ডৰ অন্তৰ্গত ধলপুৰ-শিমলুগুৰি জিলা পৰিষদৰ অন্তৰ্গত গনকদলনি পঞ্চায়তৰ ৰূপতলী ৱাৰ্ডত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা আচঁনিবোৰ প্ৰকৃত হিতাধিকাৰীসকলে লাভ কৰিছেনে অথবা তেওঁলোকে কি কি আচঁনিৰ পৰা বঞ্চিত হৈ আছে এই সকলো জানিবৰ বাবে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস আৰু বিধায়ক অমিয় কুমাৰ ভূঞাৰ পৰামৰ্শ ক্ৰমে বানেগৰকা ৱাৰ্ডটোৰ ৰাইজৰ ঘৰে ঘৰে গৈ ভাৰতীয় জনতা পাৰ্টীৰ এটা পৰ্যবেক্ষণ দলে বুজ লয় ৷ পৰ্যবেক্ষণ দলটোৰ নেতৃত্ব বহন কৰে ধলপুৰ-শিমলুগুৰি জিলা পৰিষদ সদস্যা দীপালি বনিয়াই ৷ দলটোত ৰাজ্যিক , জিলা ,মন্ডলৰ বিষয়ববীয়া গনকদলনি পঞ্চায়ত সভানেত্ৰী কল্পনা সিনহা , পঞ্চায়ত প্ৰতিনিধি আৰু বুথ সমিতিয়ে সহযোগিতা কৰে ৷ ইয়াৰ দ্বাৰা প্ৰকৃত হিতাধিকাৰীসকলক সুৰক্ষা প্ৰদান কৰাৰ লগতে বঞ্চিত সকলে আচঁনিৰ সুফল লাভ কৰিবলৈ সক্ষম হ’ব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi: Yamuna's water level crossed the danger mark, recorded at 205.81 meters at 7 am today.
Delhi: Yamuna's water level crossed the danger mark, recorded at 205.81 meters at 7 am today.
ડીસામાં ધારાસભ્યની રજૂઆત બાદ કોન્ટ્રાક્ટર અને નેશનલ હાઇવેના અધિકારીઓએ રોડનું સમારકામ હાથ ધર્યું
ડીસામાં ધારાસભ્યની રજૂઆત બાદ કોન્ટ્રાક્ટર અને નેશનલ હાઇવેના અધિકારીઓએ રોડનું સમારકામ હાથ ધર્યું
মাহমৰা সমষ্টিৰ অন্তৰ্গত লাকুৱা মণ্ডলৰ আমলখি দেওশালত আজি লক্ষ্মী আইৰ উৎসৱ ।
মাহমৰা সমষ্টিৰ অন্তৰ্গত লাকুৱা মণ্ডলৰ আমলখি দেওশালত আজি লক্ষ্মী আইৰ উৎসৱ ।
'नेहरू जी अपने काम के लिए जाने जाते हैं, नाम के लिए नहीं....', PM संग्रहालय का नाम बदलने पर बोले राहुल गांधी
Rahul Gandhi on PM Museum नेहरू मेमोरियल संग्रहालय और लाइब्रेरी का नाम बदलकर प्रधानमंत्री...
টেক্স ক'ত লগাব তাৰ চিন্তা কৰিবলৈ চৰকাৰে চিন্তন বৈঠক অনুষ্ঠিত কৰিছেঃ ৰাণা গোস্বামী
চৰকাৰৰ কামকাজ অধিক গতিশীল কৰাৰ উদ্দেশ্যে চৰকাৰে কাজিৰঙাত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে...