ডিব্ৰুগড়।জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ।অন্তৰ্গত খোৱাং মহাবিদ্যালয়ত অনুষ্ঠিত সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ ৬৩তম বাৰ্ষিক মধ্যকালীন অভিবৰ্তনত উপস্থিত থাকে ৰাজহ মন্ত্ৰী যোগেন মহন। মুখ্যমনী ড°হিমন্ত বিশ্ব শৰ্মা নেতৃত্ত্বাধীন অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সকলৰ কোনোধৰণৰ সমস্যা সমধানৰ ক্ষেত্ৰত সচেতন,এনে মন্তব্য ডাঙি ধৰে মন্ত্ৰীযোগেন মহনে।উক্ত অভিবৰ্তনত মন্ত্ৰী যোগেন মহনৰ লগতে মহাবিদ্যালয় খনৰ অধ্যক্ষ ৰ লগতে শিক্ষাগুৰু সকলো উপস্থিত থাকে। ডিব্ৰুগড়।জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ।অন্তৰ্গত খোৱাং মহাবিদ্যালয়ত অনুষ্ঠিত সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ ৬৩তম বাৰ্ষিক মধ্যকালীন অভিবৰ্তনত উপস্থিত থাকে ৰাজহ মন্ত্ৰী যোগেন মহন। মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা নেতৃত্ত্বাধীন অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সকলৰ  সকলো ধৰণৰসমস্যা সমধানৰ ক্ষেত্ৰত সচেতন,এনে মন্তব্য ডাঙি ধৰে মন্ত্ৰীযোগেন মহনে।উক্ত অভিবৰ্তনত মন্ত্ৰী যোগেন মহনৰ লগতে মহাবিদ্যালয় খনৰ অধ্যক্ষ ৰ লগতে শিক্ষাগুৰু সকলো উপস্থিত থাকে।