নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ অন্তৰ্গত দাহুদী গাৱঁৰ মিলন চুবুৰীৰ এজনী কলেজীয়া ছাত্ৰী কেইবাদিন ধৰি সন্ধানহীন হৈ থকাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷উল্লেখ্য যে চুবুৰীটোৰ দিনহাজিৰা কৰি পৰিয়াল পোহপাল দিয়া বসন্ত বৰ্মন আৰু মলয়া বৰ্মনৰ ছোৱালী ওঠৰ বছৰীয়া তৃষ্ণা বিগত ২৮ জুলাইৰ পৰা ৰহস্যজনক ভাবে আছে৷
পশ্চিম নলবাৰী দাহুদীত সন্ধানহীন কলেজীয়া ছাত্ৰী তৃষ্ণা বৰ্মন, কেইবাদিনো ধৰি সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে
