ৰামছাঝাৰৰ হাতীখাত চুবুৰীত শিৱ মন্দিৰ নিৰ্মাণৰ শুভ শুভাৰাম্ভ

বিটিআৰৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰামছাঝাৰৰ হাতীখাত চুবুৰীত শিৱ মন্দিৰ নিৰ্মাণৰ শুভ শুভাৰাম্ভ কৰা হয়।শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নিজ-বেতনা ভিচিডিচিৰ অধীনস্থ ৰামছাঝাৰ গাওঁৰ হাতীখাত চুবুৰীত শিৱ মন্দিৰৰ নিৰ্মাণ কাৰ্য্য শুভাৰম্ভ কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য তথা শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ এমচিএলএ ৰনেন্দ্ৰ নাৰ্জাৰীয়ে ।