চৰাইদেউ জিলাৰ ।মাহমৰা।সমষ্টিৰ ৬নং ৱাৰ্ডত অৱস্থিত মাহমৰা।সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ বাসগৃহত আজি দলীয় কাৰ্য্যলয়ত মাহমৰা সমষ্টিৰ এখনি গুৰুত্বপূৰ্ণ সভা অনূস্থিত হয়।এই সভাত মাহমৰা সমষ্টিৰ প্ৰতিটো বুথৰ সভাপতি সকল শক্তি কেন্দ্ৰৰ আহিায়ক আৰু সহ আহ্বায়ক।সকল উপস্থিত থাকে।সভাত অংশ গ্ৰহন কৰি মন্ত্ৰী যোগেন মহনে সাংগাঠনিক ভেটি মজবুত কৰাৰ লগতে অহা ৩০এপ্ৰিলত অনুষ্ঠিত হ'ব লগা এশ সংখ্যক মন কী বাতৰ কাৰ্য্যসূচীসফল কৰি তুলিবলৈ দলীয় কৰ্মকৰ্তা সকলক আহ্বান জনাই।সভাত মন্ত্ৰীজনৰ উপৰিও বিজেপি গ্ৰাম্য মণ্ডলৰ সভাপতি হৰেন গগৈ আৰু মণ্ডলৰ পৰা প্ৰতিনিধিত্ব কৰাৰাজ্যিক আৰু জিলা প্ৰতিনিধি সকল উপস্থিত থাকে। 

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |