চৰাইদেউ।জিলাৰ মাহমৰা ৰাজহচক্ৰ ৰ অন্তৰ্গত হিংৰিজান আৰু ডোমৰদলং চাহ বাগিচাত আজি মৰাণ শাখাৰ চাহমজদুৰ সংঘৰ আহ্বান মৰ্মে শ্ৰমিক আইন কাৰ্য্যকৰী কৰাৰ দাবীত এঘণ্টা ধৰ্না কাৰ্য্যসূচী ৰূপায়ন কৰাহয়। মৰাণ শাখা চাহমজদুৰ সংঘৰ অন্তৰ্গত হিংৰিজান উপশাখাআৰু।ডোমৰ দলং উপশাখাৰ নেতৃত্বত এই দুয়োখন চাহ বাগিচাৰ পৰিচালকৰ কাৰ্য্যলয়ৰ সন্মুখত এই ধৰ্না কাৰ্য্যসূচী ৰূপায়ন।কৰাহয়।এই কাৰ্য্যসূচীত বাগিচা মাহমৰাৰ।হিংৰিজান আৰু দোমৰ দলং চাহবাগিচাত শ্ৰমিক।আইন।কাৰ্য্যকৰী কৰাৰ দাবীত ধৰ্না কাৰ্য্যসূচী শ্ৰমিকৰ। চৰাইদেউ।জিলাৰ মাহমৰা ৰাজহচক্ৰ ৰ অন্তৰ্গত হিংৰিজান আৰু ডোমৰদলং চাহ বাগিচাত আজি মৰাণ শাখাৰ চাহমজদুৰ সংঘৰ আহ্বান মৰ্মে শ্ৰমিক আইন কাৰ্য্যকৰী কৰাৰ দাবীত এঘণ্টা ধৰ্না কাৰ্য্যসূচী ৰূপায়ন কৰাহয়। মৰাণ শাখা চাহমজদুৰ সংঘৰ অন্তৰ্গত হিংৰিজান উপশাখাআৰু।ডোমৰ দলং উপশাখাৰ নেতৃত্বত এই দুয়োখন চাহ বাগিচাৰ পৰিচালকৰ কাৰ্য্যলয়ৰ সন্মুখত এই ধৰ্না কাৰ্য্যসূচী ৰূপায়ন।কৰাহয়।এই কাৰ্য্যসূচীত বাগিচা দুখনৰ কেইবাশ পুৰষ।মহিলা শ্ৰমিকে অংশ গ্ৰহন কৰি বিভিন্ন শ্লোগানেৰে শ্ৰমিক।আইন শ্ৰীঘ্ৰে কাৰ্য্যকৰী কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সুবাস ৰহাৰ ৩য় বাৰ্ষিক শ্ৰীকৃষ্ণ মহা ৰাসলীলা অহাকালি।
"শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন
ৰাসক্ৰীড়া...
Maruti Suzuki Fronx - Will be available in CNG or Hybrid? 👉🏼 Exclusive Interaction
Maruti Suzuki Fronx - Will be available in CNG or Hybrid? 👉🏼 Exclusive Interaction
नए कानून की जानकारी देते हुए कोटा पुलिस अधीक्षक अमृता दुहन
नए कानून की जानकारी देते हुए कोटा पुलिस अधीक्षक अमृता दुहन
JAMJODHPUR જામજોધપુર વિધાનસભા સીટ પર આપના ઉમેદવારે ફોર્મ રજુ કર્યું 15 11 2022
JAMJODHPUR જામજોધપુર વિધાનસભા સીટ પર આપના ઉમેદવારે ફોર્મ રજુ કર્યું 15 11 2022