মুকলি বিহু উপলক্ষে দৰং ৰ ছিপাঝাৰ ঢেকীপাৰা (পাটগিৰী চুবা) ত লোকজীৱনৰ সমল সমূহৰ সংমিশ্ৰণত অনুভৱী শিল্পী য়ে প্ৰস্তুত কৰি উলিওৱা আটকধুনীয়া আদৰণী প্ৰতীক পটে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।।

#sarangapanicreation #assameseculture #Darrang #দৰং #Sipajhar #মুকলিবিহু #bihu2023 #bihufestival #folkart #NewsUpdate #welcome #Tableau #assam #assamesenews