নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত মনসাপীঠ,দেহাৰকুছিত এইবেলি অনুষ্ঠিত হব লগা ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান পৰিচালনা সম্পৰ্কে আলোচনা কৰাৰ বাবে আজি সন্ধিয়া এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়৷মনসাপীঠ প্ৰাংগনত ৰূপালী জয়ন্তী সামৰণি সমাৰোহ উদযাপন সমিতিৰ সভাপতি ধীৰেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত নাগপঞ্চমী পূজাৰ লগত জৰিত সমূহ ৰাইজ উপস্থিত থাকে৷সভাত ৰূপালী সামৰণি সমাৰোহ কেনেদৰে অনুষ্ঠিত কৰা হয় তাৰে বিষয় বিতং আলোচনা কৰা হয়৷ইতিমধ্যে ধীৰেন শৰ্মাক সভাপতি আৰু বিজুফুকন শৰ্মাক সম্পাদক হিচাবে লৈ এখন উদযাপন সমিতি গঠন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Burn Belly Fat & Lose Weight Fast | पहले दिन से ही मोटापा घटना शुरू (No Dieting)
Burn Belly Fat & Lose Weight Fast | पहले दिन से ही मोटापा घटना शुरू (No Dieting)
દિયોદર ખાતે બનાસકાંઠા સાંસદ ગેનીબેન ઠાકોર નો આભાર દર્શન કાર્યક્રમ અને સત્કાર સમારંભ યોજાયો..
દિયોદર ખાતે બનાસકાંઠા સાંસદ ગેનીબેન ઠાકોર નો આભાર દર્શન કાર્યક્રમ અને સત્કાર સમારંભ યોજાયો.......
સિહોર શહેરમાં જુગાર રમતા એક ઈસમ ઝડપાયો
ભાવનગર અને ગ્રામ્ય વિસ્તારોમાં પ્રોહિબિશન અને અસામાજિક પ્રવૃતિઓ નાથવામાં પોલીસની સક્રિયતા સામે...
BIS Bangalore Hosts "Manak Samvad" for Orientation of New Licensees
September 11, 2024
BIS Bangalore Hosts "Manak Samvad" for Orientation of New Licensees...
Narottam Mishra की सीट Datia का आखिरी अपडेट क्या है? हारे या जीते | MP Election Result
Narottam Mishra की सीट Datia का आखिरी अपडेट क्या है? हारे या जीते | MP Election Result