১৯ এপ্রিলত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত মৰ্মে ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি পদক লাভ কৰা একাংশ খেলুৱৈক সন্মান প্ৰদান কৰা হব। যুৱ সমাজক ক্ৰীড়াৰ অংশগ্ৰহণত উৎসাহিত কৰিবলৈ তথা ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈসকলৰ কৃতিত্বক স্বীকৃতি দিবলৈ গুজৰাটত অনুষ্ঠিত ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া ২০২২ৰ ১০গৰাকী পদকপ্রাপকক ২০১৭-২০১৮ বর্ষীয় অসমৰ সংহত ক্রীড়া নীতি অনুসৰি ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ অধীনত তৃতীয় বৰ্গৰ পদত নিযুক্তি দিয়া হ'ব। এই তালিকাত সোণাৰিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ লনবল খেলুৱৈ অনন্যা শইকীয়াৰ নাম অন্তৰ্ভুক্ত হোৱাত সোণাৰিৰ ক্ৰীড়া মহলত আনন্দৰ বন্যা বৈছে। খেলুৱৈ গৰাকীয়ে গুজৰাটত অনুষ্ঠিত ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া ২০২২ত অংশগ্ৰহণ কৰি এটা ছিলভাৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ખેરાલુમાં સૌપ્રથમવાર ગણપતિ મહોત્સવનો પ્રારંભ સામુહિક શોભાયાત્રા દ્વારા થવા જઇ રહ્યો છે.
ખેરાલુમાં સૌપ્રથમવાર ગણપતિ મહોત્સવનો પ્રારંભ સામુહિક શોભાયાત્રા દ્વારા થવા જઇ રહ્યો છે.
અસ્માવતી ઘાટ પાસે વાયુ વાવાઝોડા વખતે નુકસાન પામેલ દીવાલનો 5 કરોડ 63 લાખના ખર્ચે કામગીરી નો શુભારંભ
અસ્માવતી ઘાટ પાસે વાયુ વાવાઝોડા વખતે નુકસાન પામેલ દીવાલનો 5 કરોડ 63 લાખના ખર્ચે કામગીરી નો શુભારંભ
दरे गावात Eknath Shinde रमले शेतीत | Shiv Sena | Bharat Gogawale | Shrikant Shinde
दरे गावात Eknath Shinde रमले शेतीत | Shiv Sena | Bharat Gogawale | Shrikant Shinde