এবাৰ এবাৰকৈ দুবাৰে শিলাবৃষ্টি হয় কামৰূপ আৰু নলবাৰী জিলা সীমান্তবৰ্তী ঠাই বাহাৰঘাট অঞ্চলত৷উল্লেখ্য যে আজি নিশা ৮-৩৮ বজাত হোৱা প্ৰচণ্ড শিলাবৃষ্টিৰ অন্তত পূনৰ ৯-২৬ বজাত ধাৰাসাৰ শিলাবৃষ্টি হৈ অঞ্চলটোৰ বহুতো মানুহৰ বিপৰ্যয় নমাই আনে৷ইতিমধ্যে বহুতো ঘৰৰ টিনপাতৰ ক্ষতি কৰাৰ খৱৰো আহিছে৷আনহাতে শাকপাচলি আদিৰ শিলাবৃষ্টিৰ বাবে বিস্তৰ ক্ষতি হৈছে৷পৰিতাপৰ কথা যে বাতৰি লিখা সময়লৈকে মেঘৰ গাজনি কমা নাই নিশাৰ ভাগত আকৌ ধাৰাসাৰ বৰষুণ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
National Sports Meet-2023 ত ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰা থাওৰা বিধানসভা সমষ্টিৰ তুলিকা দেউৰীলৈ বিধায়ক সুশান্ত বৰগোঁহাইৰ শুভেচ্ছা।
অভ্যুদয় ইয়ুথ ক্লাবৰ সৌজন্যত আয়োজিত National Sports Meet-2023 ত ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম...
Hardik Pandya को MI का नया कप्तान बनाते ही ये नुकसान हो गया! IPL 2024 | Rohit
Hardik Pandya को MI का नया कप्तान बनाते ही ये नुकसान हो गया! IPL 2024 | Rohit
Honda Shine 100 पर एक साल में तीन लाख से ज्यादा भारतीयों ने जताया भरोसा, जानें कैसे हैं फीचर्स और कीमत
जापानी दो पहिया वाहन निर्माता Honda की ओर से 100 सीसी सेगमेंट में Shine 100 को ऑफर किया जाता है।...
ડીસા તાલુકાના ભોયણ પાટિયા પાસે અકસ્માત સર્જાયો..
ડીસા તાલુકાના ભોયણ પાટિયા પાસે અકસ્માત સર્જાયો..