আজি অলপ আগতে বাহাৰঘাট অঞ্চলৰ বিভিন্ন ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড শিলাবৃষ্টি হোৱাত যথেষ্ট ক্ষতি হোৱাৰ অনুমান কৰিব পাৰি৷উল্লেখ্য যে ক্ষন্তেক আগতে অৰ্থাৎ ৮-৩৮ বজাত অহা বিধ্বংসী শিলাবৃষ্টিয়ে সকলোকে সংকিত কৰি তুলিছে৷মনকৰিবলগীয়া যে একোটা শিলৰ ওজন ২০০ গ্ৰাম পৰ্য্যন্ত হব বুলি বিজ্ঞজনে মত প্ৰকাশ কৰিছে৷ইতিমধ্যে বতৰ বিজ্ঞানেে অসমৰ ঠায়ে ঠায়ে ধুমুহা শিলাবৃষ্টি হব পাৰে বুলি আগ জাননী দিছে৷বতৰ বিজ্ঞানৰ আগ জাননী মতে ৰাজ্যখনৰ কেইবাখনো জিলাত সতৰ্ক হবলৈ ও পৰামৰ্শ দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભગવા આર્મી સંગઠન ની પ્રસન્ન એક કામગીરી મહુવાના રાતોલ ગામે નંદી મહારાજ નું રેસ્ક્યુ કરવામાં આવ્યું
ભગવા આર્મી સંગઠન ની પ્રસન્ન એક કામગીરી મહુવાના રાતોલ ગામે નંદી મહારાજ નું રેસ્ક્યુ કરવામાં આવ્યું
वीर सावरकर के पोते ने राहुल गांधी को दी माफी मांगने वाले दस्तावेज दिखाने की चुनौती
मुंबई, वीर सावरकर के पोते रंजीत सावरकर ने सोमवार को राहुल गांधी की टिप्पणियों के लिए...
অসম আহি পালে #sunnyleone
#GuwahatiAirport আহি উপস্থিত জনপ্ৰিয় #bollywoodactoractress Sunny Leone
অসম আহি পালে #sunnyleone
#GuwahatiAirport আহি উপস্থিত জনপ্ৰিয় #bollywoodactoractress...
લોક સાહિત્યકાર પોપટભાઈ માલધારી.પરેશ દાન ગઢવી અપેક્ષા પંડ્યા નો જોરદાર સંતવાણી ડાયરો
લોક સાહિત્યકાર પોપટભાઈ માલધારી.પરેશ દાન ગઢવી અપેક્ષા પંડ્યા નો જોરદાર સંતવાણી ડાયરો
४ नवंबर को रोहा से श्रीश्याम धाम, नौगांव तक निशान यात्रा
रोहा से श्रीश्याम धाम,नौगांव तक निशान यात्रा४नवंबर को।