ভুমিপুত্ৰ দেউৰীসকলক আজি বহাগ বিহু উৰুকা ৷ পৰম্পৰা ৰীতি নীতি অনুসৰি বহাগ মাহৰ প্ৰথমটো বুধবাৰে দেউৰী জনগোষ্ঠীয় লোকসকলে পালন কৰে বিচুৰ উৰুকা ৷ অসমৰ সৰ্ববৃহৎ দেউৰী লোকৰ বসতিস্থল নাৰায়ণপুৰত উৰুকাৰ দিনটোত বিয়লি বেলাৰ পৰা গাঁও বা চুবুৰীৰ মুখীয়াল বা পুজাৰীৰ ঘৰত ডেকা গাভৰু সকলো একগোট হৈ ওৰে নিশা লহৰীয়া গাই পাৰ কৰিব ৷ হাতে হাত ধৰি সকলোৱে লহৰীয়া গাব ৷ এসময়ত পাহাৰীয়া আবৰ জাতিক ভয়ত দেউৰীসকল নিশা হ’লে মুখীয়ালৰ ঘৰত একগোট হৈ ওৰেৰাতি হাতে হাত ধৰি লহৰীয়া গাই নিজক ৰক্ষা কৰিছিল ৷ স্বকীয় পৰম্পৰা আৰু বৈশিষ্ট্যৰে নাৰায়ণপুৰত দেউৰীসকলে আজি পালন কৰিছে বহাগ বিহুৰ উৰুকা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઈકો ફ્રેન્ડલી અને માટી ના ગણપતિ ની મુર્તિ ની મારકેટ માં માગ વધતી છે ત્યારે મહુવા
ઈકો ફ્રેન્ડલી અને માટી ના ગણપતિ ની મુર્તિ ની મારકેટ માં માગ વધતી છે ત્યારે મહુવા
'मैं बस इतना कहना चाहूंगा कि...' पन्नू की हत्या की साजिश मामले में US ने भारत से की ये मांग
नई दिल्ली। अमेरिका में सिख अलगाववादी और खालिस्तान समर्थक गुरपतवंत सिंह पन्नू की हत्या की...
মৰাণ খটখটিত ভয়ংকৰ পথ দুৰ্ঘটনা, টেংকাৰ চালক আহত
মৰাণ খটখটিত ভয়ংকৰ পথ দুৰ্ঘটনা, টেংকাৰ চালক আহত
ईश्वरीय विश्वविद्यालय केंद्र निम्बाहेड़ा पर विश्व बंधुत्व दिवस मनाया गया
निम्बाहेड़ा
फ़रीद खान
ईश्वरीय विश्वविद्यालय केंद्र निम्बाहेड़ा पर विश्व बंधुत्व दिवस मनाया गया:-बीके...
MCN NEWS| अन्न पुरवठा विभागाचे कार्य कौतुकास्पद वैजापुरच्या आजी माजी आमदारांतर्फे प्रशासनाचा गौरव
MCN NEWS| अन्न पुरवठा विभागाचे कार्य कौतुकास्पद वैजापुरच्या आजी माजी आमदारांतर्फे प्रशासनाचा गौरव