নলবাৰী জিলাৰ বৰভাগৰ দামোদৰধামত আজি দামোদৰধাম আঞ্চলিক ৰঙালী বিহু সন্মিলন খনি দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰে৷পূৱা বিহু পতাকা উত্তোলনৰে কাৰ্য্যসূচীৰে আৰম্ভ কৰা বিহু সন্মিলনত সন্ধিয়া মুকলি বিহু,জেংবিহু আদিৰ লগতে নিশালৈ এখনি বৰ্নিল সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়৷উল্লেখ্য যে এইবেলিৰ বিহুত যথেষ্ট সংখ্যাক ৰাইজৰ সমাগম হয়৷২৮ তম বৰ্ষৰ বাবে অনুষ্ঠিত বিহু সন্মিলনত প্ৰাগজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ ড°মনোজ মহন্ত,অসম গ্ৰামীণ জীৱিকা অভিযানৰ নলবাৰী প্ৰকল্প বিষয়া চন্দন তালুকদাৰ আদিকৰি কেইবাজনো বিশিষ্ট লোকে অতিথি হিচাবে উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Opposition March Updates: सांसदों के निलंबन के खिलाफ विपक्ष का मार्च, सरकार के खिलाफ हुई नारेबाजी
Opposition March Updates: सांसदों के निलंबन के खिलाफ विपक्ष का मार्च, सरकार के खिलाफ हुई नारेबाजी
সোণাৰিৰ টাওকাক নদীত গণেশ মূৰ্তি বিসৰ্জন
সোণাৰিৰ বিভিন্ন প্ৰান্তত ওলহ-মালহেৰে গণেশ চতুৰ্থী উদযাপনৰ পাছত আজি পূজা উদযাপন সমিতি সমূহে টাওকাক...
তিনিচুকীয়াৰ ডুমডুমাত সেনা-আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।
তিনিচুকীয়াৰ ডুমডুমাত সেনা-আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।
অভিযানত জব্দ ড্ৰাগছ সহ চাৰিটাকৈ পিষ্টল...
ઘારીમા નાયબ કલેકટર ને અનુસુચિત જાતિ દ્વારા આવેદનપત્ર આપ્યું
ઘારીમા નાયબ કલેકટર ને અનુસુચિત જાતિ દ્વારા આવેદનપત્ર આપ્યું