আজি অসমীয়াৰ হেপাহৰ ৰঙালী বিহুৰ পঞ্চমটো দিন৷সাতদিন ধৰি উদযাপিত হোৱা ৰঙালী বিহুৰ আজিৰ দিনটোক চেনেহী বিহু বুলি কয়৷তদুপলক্ষে আজি নলবাৰী জিলাৰ দেহাৰকুছি ৰাজ্যিক পশু চিকিৎসালয় চৌহদত এলানি গছপুলি ৰোপণ কাৰ্য্য অনুষ্ঠিত কৰে৷পশু চিকিৎসালয় খনৰ পশু চিকিৎসা বিষয়া ডা°পংকজ গোবিন্দ মেধিৰ তৎপৰাত জ্যেষ্ঠ ক্ষেত্ৰ সহায়ক ফুনু মেধি গোস্বামী,ক্ষেত্ৰ সহায়ক জুবেৰ ৰহমান আৰু চতুৰ্থশ্ৰেণীৰ কৰ্মচাৰী মাধৱ দাসৰ সহযোগত অনুষ্ঠিত কৰা গছপুলি ৰোপণ কাৰ্য্যসূচীত ৰোপক হিচাবে অংশগ্ৰহণ কৰে দেহাৰকুছি গাৱঁৰ সমাজকৰ্মী প্ৰফুল্ল ভট্ট,সাংবাদিক নৰেন শৰ্মা আৰু কিচ্মৎ গাৱঁৰ যুৱ সমাজসেৱী বিজু কলিতাই ৰোপক হিচাবে উপস্থিত থাকে৷অনুষ্ঠানত কেইবাটাও ফলৰ পুলি ৰোপণ কৰে৷উল্লেখ্য যে উক্ত পশু চিকিৎসালয় খনে যোৱা ১৪ এপ্ৰিলত গৰুবিহু উদযাপন কৰিছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বেটাৰি ডাউন ফেৰি নচলে : যাত্ৰীক লৈ হেতালি।
বেটাৰি ডাউন ফেৰি নচলে : যাত্ৰীক লৈ হেতালি।
মাজুলী নিমাতি ফেৰীৰ যাত্ৰীক লৈ পুনৰ হেতালি বিভাগৰ।।...
सूने मकान से ज्लेलरी-कैश चुरा ले गए चोर, गांव गया था परिवार, ताला तोड़ घर में घुसे
कोटा शहर के बाद अब ग्रामीण इलाके में भी चोरी की घटना सामने आई है। सिमलिया थाना क्षेत्र में सूने...
Delhi Crime News: दिल्ली के Rajouri Garden इलाके में Burger King आउटलेट के भीतर फायरिंग, एक की मौत
Delhi Crime News: दिल्ली के Rajouri Garden इलाके में Burger King आउटलेट के भीतर फायरिंग, एक की मौत
ફતેપુરા નગરમાં તિરંગા બાઇક રેલી યોજાઇ.
ફતેપુરા નગરમાં તિરંગા બાઇક રેલી યોજાઇ.