মাননীয় প্ৰধানমন্ত্ৰী আৰু মূখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে হৰ ঘৰ তিৰঙ্গা অভিযানৰ অংশ স্বৰূপে আজি শিৱসাগৰ জিলাৰ ডিমৌ অগ্নি আৰু অপাটকালীন সহায়ক কেন্দ্ৰৰ কৰ্মী সকলে সজাগতা মূলক ত্ৰিৰংগা পতাকা প্ৰদৰ্শন কৰে।