গোলাঘাটৰ বেচৰকাৰী বাছ আস্থানত ড্ৰাগছসহ আটক দুজনক ৷ গোলাঘাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বাছ আস্থানৰ পৰা আটক কৰে আবিদুল আলি আৰু হানিফ ৰহমানক ৷ বৰ্তমান লোক দুজনক গোলাঘাটৰ আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখি তদন্ত আৰম্ভ কৰিছে ৷ ড্ৰাগছ খিনি প্ৰায় পঞ্চাশ হাজাৰ টকাৰ মূল্যৰ বজাৰ মূল্য বুলি অনুমান কৰা হৈছে ৷ ড্ৰাগছ সৰবৰাহ কৰা লোককেইজনে উল্লেখ কৰা অনুসৰি ড্ৰাগছখিনি গোলাঘাটৰ ফৰকাটিং পৰা অনা হৈছিল ৷ ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে লোক দুজনক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ।ইফালে আটকধীন দুজনৰ পৰা AS05 N 8767 নম্বৰৰ 125 cc পালচাৰ বাইক জব্দ কৰে আৰক্ষীয়ে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહિલા કલાનિધિ ટ્રસ્ટ અને દાતાશ્રીઓના સેવાકીય પ્રવૃત્તિઓને બિરદાવતાં નિવાસી અધિક કલેકટરશ્રી આર.એન.પંડ્યા..
મહિલા કલાનિધિ ટ્રસ્ટ, કાણોદર દ્વારા આયોજીત કાર્યક્રમમાં પાલનપુર ખાતે નિવાસી અધિક કલેકટરશ્રી...
सीबीएसई 12वीं परिक्षा परिणाम में चापरमुख की बेटी लारा शर्मा ने 90प्रतिशत अंक प्राप्त कर बढाया गौरव ।
रोहा समष्टि के अंतर्गत चापरमुख निवासी पंकज शर्मा और राजश्री शर्मा की पुत्री तथा गुवाहाटी गुरुकुल...
Virat Kohli की Fitness, Ayurveda, Yoga और Homeopathy पर The Liver Doc क्यों बरस पड़े! Baithki
Virat Kohli की Fitness, Ayurveda, Yoga और Homeopathy पर The Liver Doc क्यों बरस पड़े! Baithki
দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰৈ থকা ডাম্পাৰত খুন্দা মাৰি পথাৰত পৰিল যাত্ৰীবাহী বাছ
গোলাঘাট জিলাৰ দেৰগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ৰৈ থকা...