গোলাঘাটৰ বেচৰকাৰী বাছ আস্থানত ড্ৰাগছসহ আটক দুজনক ৷ গোলাঘাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বাছ আস্থানৰ পৰা আটক কৰে আবিদুল আলি আৰু হানিফ ৰহমানক ৷ বৰ্তমান লোক দুজনক গোলাঘাটৰ আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখি তদন্ত আৰম্ভ কৰিছে ৷ ড্ৰাগছ খিনি প্ৰায় পঞ্চাশ হাজাৰ টকাৰ মূল্যৰ বজাৰ মূল্য বুলি অনুমান কৰা হৈছে ৷ ড্ৰাগছ সৰবৰাহ কৰা লোককেইজনে উল্লেখ কৰা অনুসৰি ড্ৰাগছখিনি গোলাঘাটৰ ফৰকাটিং পৰা অনা হৈছিল ৷ ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে লোক দুজনক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ।ইফালে আটকধীন দুজনৰ পৰা AS05 N 8767 নম্বৰৰ 125 cc পালচাৰ বাইক জব্দ কৰে আৰক্ষীয়ে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
Lok Sabha Elections 2024: BJP जारी कर सकती है दूसरी लिस्ट, इन नाम पर लग सकती है मुहर!
Lok Sabha Elections 2024: BJP जारी कर सकती है दूसरी लिस्ट, इन नाम पर लग सकती है मुहर!
શાકભાજી લેવા બાબતે બોલાચાલી થતા ઉર્ગ સ્વરૂપ ધારણ કર્યું....
દિયોદર રેલવે ફાટક પાસે અદાવત રાખી છરી વડે હુમલો બે વ્યક્તિ ને ઇજા પોલીસ ફરિયાદ નોંધાઇ....
...
દેવગઢબારિયા કાપડી રસીદ ફળીયા મદ્રેસા ખાતેથી હર ધર તિરંગા યાત્રા બાળકો થકી રેલીનું આયોજન આવ્યું
દેવગઢબારિયા કાપડી રસીદ ફળીયા મદ્રેસા ખાતેથી હર ધર તિરંગા યાત્રા બાળકો થકી રેલીનું આયોજન આવ્યું