গোলাঘাট আঞ্চলিক ছাত্ৰ উদ্যোগত অনুষ্ঠিত কৰা বিহু কৰ্মশালাৰ সফল সামৰণি। সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাতো হেঁপাহৰ ৰঙালী বিহু আদৰাৰ চলিছে ব্যপক প্ৰস্তুতি। পিছ পৰি থকা গোলাঘাট জিলা ছাত্ৰ সন্থা। জিলা খনত বিভিন্ন প্ৰান্তত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰিছে বিহুনাচ আৰু ঢোল বাদন কৰ্মশালা। গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দহ দিনীয়া বিহু কৰ্মশালাৰ আজি সফল সামৰণি পৰে। ৭০০ শ ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই বিহু কৰ্মশালাত অংশগ্ৰহণ কৰে বুলি উদ্যোগতাই জানিবলৈ দিয়ে। উক্ত বিহু কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ৰঞ্জিত গগৈ, আশাবৰা ফুকন, সন্ধানী গগৈয়ে। আজি সামৰণি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অভিৱৰ্তন গোস্বামী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোনোৱাল সম্পাদক প্ৰিঞ্চ দলে আদিৰ লগতে আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ সকলে বিহু কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলে প্ৰদৰ্শন কৰা বিহুনাচ আৰু ঢোল বাদন উপভোগ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
얼굴살, 얼굴 붓기 빠지는 7분 루틴✨작은 얼굴, 브이라인 만들기 / 이중턱 없애고 탄력 업!
얼굴살, 얼굴 붓기 빠지는 7분 루틴✨작은 얼굴, 브이라인 만들기 / 이중턱 없애고 탄력 업!
Jammu Kashmir Election result: Omar Abdullah ने बताया सबसे पहले कौन सा प्रस्ताव पास करेंगे | Aaj Tak
Jammu Kashmir Election result: Omar Abdullah ने बताया सबसे पहले कौन सा प्रस्ताव पास करेंगे | Aaj Tak