হোজাইত চুৰৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সাফল্য। যানবাহন আৰক্ষীৰ অভিযানত চুৰি সামগ্ৰী সহ গ্ৰেপ্তাৰ হৈছে এটা কুখ্যাত চোৰ। ধৃত চুৰটো বিষ্ণুপল্লী অঞ্চলৰ ৰৌশন ঠাকুৰ। ধৃত চোৰটোৰ গৃহৰ পৰা উদ্ধাৰ হৈছে এক অট চুৰি সামগ্ৰী। উদ্ধাৰ কৰিছে ডেকেৰেটৰৰ স্কীন,চাউণ্ড চিষ্টেম,টাপ,কাৰ্পেট আৰু অন্যান্য সামগ্ৰী।

ইফালে ধৃত চুৰে চুৰি কৰাৰ কথাও স্বীকাৰ কৰিছে কেমেৰাত আগত। সমগ্ৰ ঘটনা সংক্ৰান্তত যানবাহন আৰক্ষীৰ বিষয়া দণ্ডধৰ চৌধুৰীয়ে অব্যাহত ৰাখিছে তদন্ত।